Daily Time Axom

আৰক্ষী অধীক্ষক লীনা দলেসহ ১৭ আৰক্ষী বিষয়া উপস্থিত জনতা ভৱনত

নিউজ ডেস্ক, ১২ অক্টোবৰঃ অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ব্লকত উপস্থিত লীনা দলে। আন কেইবাগৰাকী আৰক্ষীও উপস্থিত তদন্ত সমিতিৰ ওচৰত। আজি জনতা ভৱনত হাজিৰ লীনা দলেসহ ১৭জন আৰক্ষী বিষয়া। বটদ্ৰৱা থানা কাণ্ডক লৈ জেৰাৰ সন্মুখীন হৈছে লীনা দলে। উল্লেখ্য যে,…

বিহাৰৰ ৰঘুনাথপুৰত ৰে’ল দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ নৰ্থ-ইষ্ট এক্সপ্ৰেছ

নিউজ ডেস্ক, ১২ অক্টোবৰঃ বিহাৰৰ ৰঘুনাথপুৰত ১২৫০৬ নং নৰ্থ-ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। লাইনচ্যুত হৈ দিল্লী-কামাখ্যা অভিমুখী ৰে'লখনৰ ২১টাকৈ দবা।ৰে'লখনত আছিল অসমৰ প্ৰায় ৫২২ গৰাকী যাত্ৰী। ভয়ংকৰ দুৰ্ঘটনাত শিশুসহ এইমুহূৰ্তলৈ ৪ জনৰ মৃত্যু হৈছে…

ক’ভিড চাফাই কৰ্মী প্ৰতিনিধিৰ ডঃ দিব্যজ্যোতি শইকীয়াক সাক্ষাৎ

সমগ্ৰ পৃথিৱীজুৰী ক'ভিড কালৰ বিভীষিকাময় পৰিস্থিতিৰ কথা পৃথিৱীৰ প্ৰায় অধিক সংখ্যক লোকে বৰ্তমানো পাহৰিব পৰা নাই। এনে এক জটিল পৰিস্থিতিৰ সময়তে দেশৰ লগতে অসমৰ একাংশ লোকে অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় চিকিৎসালয় সমূত চাফাই কৰ্মী হিচাপে…

মহানগৰীত এটা FICN প্রিণ্টিং মেচিন,জাল নোটসহ এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১১ অক্টোবৰঃ মহানগৰীত জাল নোটসহ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ সমীপৰ পৰা গ্ৰেপ্তাৰ এজনক।আটকাধীন লোকজন লখিমপুৰৰ মফিদুল ইছলাম । মফিদুলৰ পৰা নগদ ২,১৬,৫০০ টকাসহ এটা FICN প্রিণ্টিং মেচিন জব্দ কৰে…

মহানগৰীত পুনৰ জব্দ কোটি টকাৰ গাঞ্জা

নিউজ ডেস্ক, ১১ অক্টোবৰঃ গুৱাহাটীত কেইবা কোটি টকাৰ গাঞ্জা জব্দ। বশিষ্ঠ আৰু পল্টনবজাৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ প্ৰায় ১০০ কেজি গাঞ্জা।গাঞ্জাখিনিৰ মূল্য কোটি টকাৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে। ভাৰত পেট্ৰোলিয়ামৰ ইন্ধন কঢ়িওৱা তেলৰ টেংকাৰৰ গোপন…

পুনৰ ভয়ংকৰ ভূঁইকঁপ, পুৱাই আফগানিস্তানত ৬.১ ৰিখটাৰ স্কেলৰ ভূমিকম্প

নিউজ ডেস্ক, ১১ অক্টোবৰঃ আফগানিস্তানত পুনৰ প্ৰৱল ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূঁইকঁপৰ মাত্ৰা ৬.৩। এই ভূমিকম্প আফগানিস্তানৰ উত্তৰ-পশ্চিম অংশত অনুভৱ কৰা হৈছে।ইয়াৰ কেন্দ্ৰ মাটিৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল। ভূমিকম্পত বিস্তৰ ক্ষয়ক্ষতিৰ…

হামাছৰ আক্ৰমণৰ বাবে দায়ী ইজৰাইল: ইৰাণৰ শীৰ্ষ নেতা

শনিবাৰৰ আক্ৰমণৰ পিছত টেলিভিছনযোগে দিয়া ভাষণত দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আল-খামেনীয়ে কয় যে ইজৰাইলৰ এই বিধ্বংসী আক্ৰমণত বহু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ধ্বংস হৈছে যিবোৰ সহজে মেৰামতি কৰিব নোৱাৰি। তেওঁ লগতে কয় যে এই দুৰ্যোগৰ বাবে…

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস! দৰ্শকক লৈ বলীউডে কি কি চিনেমা বনাইছিল

মানসিক স্বাস্থ্য আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ দিশ। যিয়ে মানসিক আৰু সামাজিক স্থিতিশীলতাক সামৰি লয়। যিটো শাৰীৰিক স্বাস্থ্য আৰু উন্নত জীৱনৰ মানদণ্ডৰ সৈতেও জড়িত। ১০ অক্টোবৰ, বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে স্বীকৃতি দিয়া হৈছে। বিশ্ব মানসিক…

দিনক দিনে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা

দিনক দিনে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। শেষৰটো উপলব্ধ তথ্য অনুসৰি ইজৰাইলত মৃতকৰ সংখ্যা ৯০০, গাজাত ৬৯০ জনলৈ বৃদ্ধি পাইছে। আনহাতে ইজৰাইলে জনাইছে যে ১৫০০ হামাছ উগ্ৰপন্থীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুয়োখন দেশে প্ৰতিশোধৰ নতুন বাৰ্তা দিছে। ইজৰাইলে…

পুৰীৰ জগন্নাথ মন্দিৰত এতিয়াৰে পৰা স্কাৰ্ট, ফটা জিন্স পিন্ধি প্ৰৱেশ নিষেধ

পুৰীৰ জগন্নাথ মন্দিৰত নতুন নিয়ম। এতিয়া অনুৰাগীৰ বাবে ড্ৰেছ কোড প্ৰৱৰ্তন কৰা হৈছে। পুৰীৰ জগন্নাথ মন্দিৰৰ ভিতৰত এতিয়া স্লীভলেছ টপ, ড্ৰেছ, স্কাৰ্ট, ৰিপড জিন্সৰ দৰে সাজ-পোছাক পৰিধান কৰা নিষেধ। 'অবিনয়ী' কাপোৰ পিন্ধিলে আৰু মন্দিৰ চৌহদত ভৰি…