ছিকিমৰ হৰপা বানত মৃত্যুৰ সংখ্যা ৫৬লৈ বৃদ্ধি, এতিয়াও নিৰুদ্দেশ হোৱা শ শ লোক
ভয়ংকৰ হৰপা বানত বিছিন্ন হৈ পৰিছে ছিকিম।
মৃত্যুৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি। ইয়াৰে ২৬ টা মৃতদেহ ছিকিমত উদ্ধাৰ কৰা হৈছে। আনহাতে, বংগৰ তীস্তা নদীৰ পাৰৰ পৰা উদ্ধাৰ হৈছে আৰু ৩০টা মৃতদেহ।
ৰাজ্য চৰকাৰে শিলিগুৰি, জলপাইগুৰি আৰু কুচবিহাৰ জিলাৰ তীস্তা…