এইবাৰ ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা বিজেপিৰ
নিউজ ডেস্ক, ৬ অক্টোবৰঃ এইবাৰ বিজেপিয়ে ৰাহুল গান্ধীক লৈ তৈয়াৰ কৰিছে এখন পোষ্টাৰ। ৰাৱণৰ ছবিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দেখুওৱা হৈছে বিজেপিয়ে। ৰাহুলক পৰিধান কৰোৱা হৈছে ৰাৱণৰ দৰেই পোছাক। ৰাৱণৰ দৰেই সংযোজন কৰা হৈছে ১০টা মুৰ। ৰাৱণ ৰূপী ৰাহুলৰ!-->…