Daily Time Axom

স্বামীয়ে টনা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু, পত্নীক হত্যা কৰি স্বামীৰ স্বীকাৰোক্তি

নিউজ ডেস্ক, ৫ অক্টোবৰঃ বোকাখাতৰ ৰজাবাৰী পল ক্লাবৰ সমীপত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু।স্বামী বাবুল নাহকে পত্নী বিনীতা তাঁতীক বিদ্যুৎ সংযোগ কৰি হত্যা কৰে। পত্নীয়ে ঘৰৰ বাহিৰ ওলাব নোৱৰাকৈ

এছিয়ান গেমছৰ ফাইনেলত লাভলীনাৰ ৰূপৰ পদক লাভ

নিউজ ডেস্ক, ৪ অক্টোবৰঃ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদক লাভলীনা বৰগোঁহাইৰ। চীনৰ লি কিউয়ানৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিয়াৰ স্বত্ত্বেও ফাইনেলত থমকিল লাভলীনা।মহিলাৰ ৭৫ কেজি শাখাৰ বক্সিঙৰ ফাইনেলত পৰাস্ত লাভলীনা। এই সফলতা অৰ্জন কৰাৰ লগে

উত্তৰ ছিকিমত ডাৱৰ বিস্ফোৰণ,তীষ্টা নৈত সন্ধানহীন ভাৰতীয় সেনাৰ ২৩ জনকৈ জোৱান

নিউজ ডেস্ক, ৪ অক্টোবৰঃ ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰ ছিকিমত ভয়ংকৰ বান। বানত সন্ধানহীন ২৩গৰাকী সেনা জোৱান। চিংটামৰ বৰদাঙত ৰখাই থোৱা সেনাৰ বাহনসমূহ ডুবি যায়। ল'নক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ফলত ১৫ৰ পৰা ২০ ফুট উচ্চতালৈ বৃদ্ধি পাইছে তীষ্টা নদীৰ

ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ তীব্ৰ জোকাৰণি। ৬.১৬ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। গুৱাহাটীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ উত্তৰ গাৰো হিলছৰ ৰেছুবেলপাৰা বুলি জানিব পৰা গৈছে। ৰিখটাৰ

পুনৰ  গুৱাহাটী মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে লুটপাতৰ ঘটনা।এগৰাকী মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন। গুৱাহাটীৰ ভিআইপি ৰোডত সংঘটিত হৈছে এই ঘটনা। প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ সময়তে চিলনী চোৰে লুটি লৈ যায় নিজৰা গগৈ নামৰ মহিলা গৰাকীৰ

যোৰহাটত কৰুণ ঘটনা, ৭৫ বছৰীয়া বৃদ্ধাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২ অক্টোবৰঃ যোৰহাটত কৰুণ ঘটনা।যোৰহাটৰ বাহনাৰ ধৌৱাপুখুৰী গাঁৱত মানৱতাক জোকাৰি যোৱা এক ঘটনা।বিদেশ আৰু বহিঃৰাজ্যত কৰ্মৰত দুই পুত্ৰৰ ৭৫ বছৰীয়া মাতৃৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ। মৃত বৃদ্ধাগৰাকীৰ নাম অনুপমা দত্ত। জানিব পৰা মতে,

আজি মহামানৱ মহাত্মা গান্ধীৰ ওপজা দিন

নিউজ ডেস্ক, ২ অক্টোবৰঃ আজি গান্ধী জয়ন্তী। আজি জাতিৰ পিতা-মহামানৱ মহাত্মা গান্ধীৰ ১৫৪সংখ্যক জন্ম জয়ন্তী। এই পবিত্ৰ দিনটোত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশজুৰি পালন কৰা হৈছে গান্ধী জয়ন্তী। গান্ধী জয়ন্তী উপলক্ষে

শিলঘাটত বিচৰণ কৰি থকা আঘাটপ্ৰাপ্ত গড়টোৰ মৃত্যু

নিউজ ডেস্ক, ১ অক্টোবৰঃ অৱশেষত মৃত্যু ঘটিল শিলঘাটত বিচৰণ কৰি থকা আঘাটপ্ৰাপ্ত গড়টো।নেজৰ পিছফালে তেজ বিৰিঙি থকা অৱস্থাত থকা গড়টো অসুস্থ হৈ আছিল। আনহাতে গঁড়টোৰ খড়্গ অক্ষত অৱস্থাত আছিল। বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰয়োজনীয় ব্যৱস্থা

এতিয়াৰে পৰা ৰাজ্যৰ ৪ খন জিলাত প্ৰযোজ্য হৈ থাকিব AFSPA

আজিৰ পৰা অসমৰ চাৰিখন জিলাতহে প্ৰযোজ্য হৈ থাকিব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা।এই কথা ঘোষণা কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। অসম আৰক্ষী দিৱস উপলক্ষে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ এপিবিএনত আয়োজিত এক

পুনৰ বিদ্যুৎ বিভাগৰ মাধমাৰ সাধাৰণ জনতাক, পুনৰ বৃদ্ধি বিদ্যুতৰ মাচুল

নিউজ ডেস্ক, ১ অক্টোবৰঃ পুনৰ গ্ৰাহকৰ মূৰত মাধমাৰ APDCLৰ। ৰাজ্যত বৃদ্ধি পালে বিদ্যুতৰ মাচুল।প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি।দেওবাৰৰ পৰাই বলৱৎ‍ হ’ব এই নতুন নিৰিখ। ৩০০ ইউনিটলৈ বৃদ্ধি পাব ৩০ পইচাকৈ।৩০১-৫০০ ইউনিটলৈ ৫০ পইচাকৈ আৰু