Daily Time Axom

আজিৰে পৰা দাম বাঢ়িল চিলিণ্ডাৰৰ, ২০৯টকা পৰ্যন্ত বৃদ্ধি পালে দাম

নিউজ ডেস্ক, ১ অক্টোবৰঃ জনতাৰ মূৰত মূল্যবৃদ্ধিৰ ৰামটাঙোন! আজিৰ পৰা বাঢ়িল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। পূৰ্বৰ মূল্যতকৈ ২০৯ টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। দেওবাৰৰ পৰাই কাৰ্যক্ষম হ'ব এই নতুন নিৰিখ। উল্লেখ্য যে,

ইৰাকত বিবাহ অনুষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড, শতাধিক লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ ইৰাকৰ বিবাহ অনুষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড। ইৰাকৰ অল-হমদানিয়া জিলাত এই শোকাৱহ ঘটনা। এখন বিৱাহ অভ্যৰ্থনা অনুষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ১১৫জনতকৈয়ো অধিক লোকৰ মৃত্যু য়। আনহাতে আহত হৈছে প্ৰায় ডেৰ শতাধিক লোক।

১ অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ ১ অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান।২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ’ব ৰাষ্ট্রীয় উদ্যানখন।ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ৰাজেন চৌধুৰীয়ে জনালে এই কথা।ইয়াৰ বাবে বাঁহবাৰী

প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে সন্মান

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমানলৈ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান৷ চলিত বৰ্ষৰ দাদা চাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা অভিনেত্ৰীগৰাকীলৈ।সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰী অনুৰাগ

বজালীত উন্মুক্ত নলাত পৰি মৃত্যু অৱসৰপ্ৰাপ্ত এজন আৰক্ষী বিষয়া

নিউজ ডেস্ক, ২৬ চেপ্টেম্বৰঃ ৰাজ্যত পুনৰ উন্মুক্ত নলাৰ বাবেই প্ৰাণ গ'ল এজন লোকৰ। বজালীত উন্মুক্ত নলাত পৰি নিহত হয় অৱসৰপ্ৰাপ্ত এজন আৰক্ষী বিষয়া। উন্মুক্ত নলাৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰিছিল আৰক্ষী বিষয়াজনক। মুমূৰ্ষু অৱস্থাত ভৰ্তি কৰাইছিল

গোলাঘাটত যুৱকৰ হাত কাটি থৈ যোৱা দুই দুৰ্বৃত্তক আটক আৰক্ষীৰ

নিউজ ডেস্ক, ২৬ চেপ্টেম্বৰঃ গোলাঘাটত যুৱকৰ হাত কাটি থৈ যোৱা দুই দুৰ্বৃত্তক আটক আৰক্ষীৰ। ডাম্পাৰত অহা দুৰ্বৃত্তই ঘপিয়াই হাত কাটি থৈ যোৱাৰ পিছতো ২০ দিনে কোনো ব্যৱস্থা লোৱা নাছিল আৰক্ষীয়ে।অৱশেষত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতহে গা লৰে

নামঘৰৰ বাৰান্দাত মদ খাবলৈ বাধা দিয়াৰ বাবে একাংশ লোকক বাঁহ , লাঠীৰে আক্ৰমণ উন্মত্ত যুৱকৰ

পাঠশালাৰ সেউজ নগৰত সৃষ্টি হয় তীব্ৰ উত্তেজনা। নামঘৰৰ বাৰান্দাত সুৰাপান কৰাত বাধা দিয়াৰ বাবেই একাংশ স্থানীয় লোকৰ ওপৰত আক্ৰমণ চলালে এদল উন্মত্ত যুৱকে।ঘটনাৰ বিৱৰণী মতে, সেউজ নগৰ নামঘৰৰ বাৰান্দাত কেইজনমান যুবকে সুৰাপান কৰি উদ্ভণ্ডালি কৰি আছিল।

হিমাচলৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত আমিৰ, ২৫ লাখ টকা দান

পাহাৰৰ ওপৰত সৰু সৰু সুসজ্জিত ঘৰবোৰ নিমিষতে ধ্বংস হৈ পৰিছিল। এইবাৰৰ বাৰিষাৰ সময়ত হিমাচল প্ৰদেশত এনে এখন ছবি দেখা পালে সকলোৱে। চকুৰ পলকতে চহৰখন মচি পেলালে বানে। বাৰিষাত বিধ্বস্ত সেই আটাইকেইটা পৰিয়ালৰ কাষত থিয় হৈছে অভিনেতা আমিৰ

ডুবাইত নিৰ্মাণ কৰা হৈছে তিনিমহলীয়া ভাসমান মছজিদ

ডুবাইত পানীৰ ওপৰত নিৰ্মাণ কৰিবলৈ ওলাইছে বিশ্বৰ প্ৰথমটো ভাসমান মছজিদ। এই মছজিদটো মুছলমান পৰ্যটকৰ আকৰ্ষণৰ বাবে নিৰ্মাণ কৰা হ’ব। নামাজ পঢ়াৰ উপৰিও এই মছজিদে দেশৰ পৰ্যটন উদ্যোগলৈ এক অনন্য আকৰ্ষণ যোগ কৰিব। ইয়াৰ নিৰ্মাণ ব্যয় ৫৫ মিলিয়ন

শীতল কোঠাত শুৱাৰ ৪ টা উপকাৰ

চৰ্দি বুলিলে আমি চৰ্দি আৰু কাহকে ধৰি বিভিন্ন ৰোগক বুজো। কিন্তু বিশেষজ্ঞসকলে কয় যে শীতল উষ্ণতাত শুই থকাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। সাধাৰণতে ১৫-১৯ ডিগ্ৰী চেলছিয়াছত শুলে আন বহু উপকাৰিতাও পোৱা যায়। ১. সহজে আৰু সোনকালে টোপনি