বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰহৈ পঢ়িব ৰবটে
যদিহে মোৰ বাবে ক্লাছটোত আন কোনোবাই পঢ়ি দিলেহেঁতেন - এইটোৱেই আছিল কম বেছি পৰিমাণে সকলোৰে শৈশৱত থকা চিন্তা। এতিয়া জাপানৰ এখন চহৰে সেই ধাৰণাটো বাস্তৱত পৰিণত কৰিবলৈ ওলাইছে। দক্ষিণ-পশ্চিমৰ কুমামোটো চহৰৰ বিদ্যালয়সমূহে ৰবট ব্যৱহাৰ কৰি!-->!-->!-->…