Daily Time Axom

মোডী-ছলমান বৈঠকত বাণিজ্যই গুৰুত্ব লাভ কৰিলে

হায়দৰাবাদ হাউছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন ছালমানৰ মাজত হোৱা বৈঠকত প্ৰতিৰক্ষা, বাণিজ্য, নিৰাপত্তা, বিত্তীয়, সাংস্কৃতিক আৰু জনসাধাৰণৰ যোগাযোগক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হয়।

মৈৰাবাৰীত এ আই ইউ ডি এফৰ কৰ্মী সভা

মৰিগাঁও জিলাৰ মৈৰাবাৰীত লাহৰীঘাট সমষ্টিৰ এ আই ইউ ডি এফৰ এখনি কৰ্মী সভা অনুষ্ঠিত হৈ যায়। মৈৰাবাৰীৰ হুছেইন মাৰ্কেটত ইউ ডি এফৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে সমষ্টি কমিটীৰ উপ সভাপতি মতিবুৰ ৰহমানে আৰু উদ্দেশ্য ব্যাখ্যা

যোৰাবাটত প্ৰায় ২১ কোটি টকাৰ নিষিদ্ধ হেৰ’ইন জব্দ

নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃ যোৰাবাটত প্ৰায় ২১ কোটি টকাৰ নিষিদ্ধ হেৰ’ইন জব্দ। ১৯৮টা চাবোনৰ বাকচভৰ্তি হেৰ’ইনসহ ৩ সৰবৰাহকাৰীক আটক। গাড়ীত গোপন চেম্বাৰ বনাই লুকুৱাই আনিছিল হেৰ’ইনখিনি। মধ্য আৰু পূব গুৱাহাটী আৰক্ষীৰ অভিযানত জব্দ। NL 01 CA 1197

আজিৰে পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন

নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃ আজিৰে পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন। পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'ব এই অধিৱেশন। বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হ'ব অধিৱেশন। অধিৱেশনৰ পূৰ্বেই উন্মোচন কৰা হ'ব নতুন বিধানসভা ভৱনত নিৰ্মিত জাতিৰ পিতা মহাত্মা গান্ধীৰ

ডিব্ৰুগড়ৰ লেপেটকটাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত ৮ জনকৈ লোক হতাহত

নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃ ডিব্ৰুগড়ৰ লেপেটকটাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ইন'ভা আৰু ট্ৰাকৰ মাজৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজনকৈ যাত্ৰী। নিহত লোক দূজন পুষ্পা সুৰেখা আগৰৱাল আৰু ইন'ভাৰ চালকজন। আনহাতে মহিলা, শিশুসহ গুৰুতৰভাৱে আহত হয় ৬জন লোক।

কম বয়সতে চুলি পকিলে কি কৰিব

বহুতৰে এতিয়া কম বয়সতে চুলি পকা সমস্যা হৈছে। তেনে ক্ষেত্ৰত বহু লোকে বজাৰত পোৱা চুলিৰ ৰং ব্যৱহাৰ নকৰে। আচলতে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ পৰা গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ আশংকা আছে। কিন্তু পকা চুলিৰ বাবে চিন্তা নকৰিব, এই সমস্যাৰ পৰা মুক্তি

মৰক্কোত হোৱা ভূমিকম্পত নিহতসকলৰ প্ৰতি নোৰাৰ সমবেদনা

শেহতীয়াকৈ মৰক্কোত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পl নিহত আৰু আহতসকলৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহীয়ে। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা মৰক্কো বংশৰ নৃত্যশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াত ভূমিকম্পত নিহতসকলৰ

তৃণমূল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে হিমন্ত সৰকাৰৰ শিলচৰ ভ্ৰমণক লৈ কঠোৰ সমালোচনা কৰে

কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ শিলচৰ কালাইন পথৰ বৰযাত্রাপুৰত এক বিশাল কৰ্মী সভাৰ আয়োজন কৰা হয়। শিলচৰৰ প্ৰাক্তন সাংসদ তথা তৃণমূলৰ উচ্চস্বৰত নেত্ৰী সুস্মিতা দেৱক বাইক ৰেলীৰ জৰিয়তে আদৰণি জনোৱাৰ পিছত দলটোৰ বিষয়াসকলে সভাস্থলীলৈ আহি উত্তৰীয়

৪৮ তম শ্ৰী গণেশ জন্মোৎসৱ আয়োজনৰ মহা প্ৰস্তুতি

গুৱাহাটী, ১০ ছেপ্টেম্বৰ: যোৱা ৪৭ বছৰে শ্ৰী গণেশ জন্মোৎসৱ সমিতি দিশপুৰৰ দ্বাৰা আয়োজিত হৈ অহা শ্ৰী গণেশ জন্মোৎসৱ এইবেলিও শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগণ আৰু শ্ৰী গণেশ উদ্যানত উলহ-মালহৰে উদযাপনৰ প্ৰস্তুতি চলাইছে। অহা ১৯ ছেপ্টেম্বৰত ৪৮ তম

অক্ষয়ৰ জন্মদিনৰ উপহাৰ ‘ৱেলকাম ৩’

বলীউডৰ জনপ্ৰিয় কমেডী ফ্ৰেঞ্চাইজি ‘ৱেলকাম ৩’ক লৈ যথেষ্ট সময় ধৰি আলোচনা চলি আছে। তৃতীয় খণ্ডতো মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে। শনিবাৰে (৯ ছেপ্টেম্বৰ) অক্ষয় কুমাৰৰ ৫৬ সংখ্যক জন্মদিন উপলক্ষে তেওঁ নিজেই মুকলি