চাঞ্চল্যকৰ হত্যাকাণ্ড!প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা পত্নীৰ
নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ জাগীৰোডৰ শিলভঙাত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা পত্নীৰ।বুধবাৰে নিশা সংঘটিত হয় এই জঘন্য হত্যাকাণ্ড।
নিচাজাতীয় দ্ৰব্য সেৱন কৰাই গাড়ীৰ ভিতৰত হত্যা স্বামী আচাদুৰ ৰহমানক। ঘটনাক!-->!-->!-->…