Daily Time Axom

হাজাৰ তিক্ততাৰ মাজতে আমেৰিকা-ৰাছিয়াই যৌথভাৱে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে…

ইউক্ৰেইন-ৰাছিয়া যুদ্ধক লৈ ৰাছিয়া আৰু আমেৰিকাৰ মাজত উত্তেজনাৰ মাজতে দুয়োখন দেশৰ মহাকাশ সংস্থাই মহাকাশচাৰীক মহাকাশ কেন্দ্ৰটোলৈ প্ৰেৰণ কৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হৈছে দুজন ৰাছিয়ান আৰু এজন আমেৰিকান

লিবিয়াত ২০ হাজাৰ লোকৰ মৃত্যুৰ আশংকা, লাখ লাখ লোক নিৰুদ্দেশ

লিবিয়াত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। ২০ হাজাৰ লোকৰ মৃত্যুৰ আশংকা প্ৰশাসনৰ। ছৌদি আৰৱৰ বন্দৰ চহৰ ডাৰ্নাৰ মেয়ৰে আল আৰবিয়াক জনোৱা মতে, মথাউৰিটো ভাঙি ১৮-২০ হাজাৰ লোকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। বিধ্বংসী ধুমুহা ডেনিয়েলৰ ফলত ডাৰ্না

গোলাঘাটত অঘটন, খাদ্যত বিষক্রিয়া হৈ শিশুসহ ১০গৰাকী অসুস্থ

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ গোলাঘাটত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ শিশুসহ ১০জনকৈ লোক৷ আদ্যশ্ৰাদ্ধৰ থাকি যোৱা খাদ্য খোৱাৰ পাছতে হয় অসুস্থ হৈ পৰে লোককেইজন। গোলাঘাটৰ শালিকীহাটৰ বকতিয়ালত সংঘটাত হৈছে এই অঘটন। খাদ্যত বিষক্রিয়া হৈ শিশুসহ ১০গৰাকী

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। আজি মহাপুৰুষজনাৰ ৫৫৫ সংখ্যক তিৰোভাৱ তিথি৷ পুৱাৰে পৰা নাম-প্ৰসংগ, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ, নামঘৰসমূহৰ লগতে জন্মস্থান বৰদোৱাৰ আলিপুখুৰী। ভক্তিৰসত বুৰ গৈছে

মুকালমুৱাৰ বৰুৱাপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুগৰাকী মহিলা

নিউজ ডেস্ক, ১৫ চেপ্তেম্বৰঃ মুকালমুৱাৰ বৰুৱাপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা। পথত ৰৈ থকা যাত্ৰীবাহী টেম্প' বাহনত খুন্দা বলেৰ’ পিকআপ বাহনৰ। ফলত টেম্পোখনত থকা দুগৰাকী মহিলা থিতাতে নিহত হয়, গুৰুতৰভাৱে আহত হয় আন চাৰিগৰাকী মহিলা । নিহত মহিলা দুগৰাকী

বিশিষ্ট অভিনেতা, নাট্যকাৰ, ৰাজনীতিবিদ, সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলীপ কুমাৰ…

নিউজ ডেস্ক, ১৫ চেপ্তেম্বৰঃ বিশিষ্ট অভিনেতা, নাট্যকাৰ, ৰাজনীতিবিদ, সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলীপ কুমাৰ হাজৰিকাৰ দেহাৱসান।হৃদৰোগত আক্ৰান্ত হৈ ৯০ বছৰ বয়সত উজান বজাৰস্থিত নিজা বাসগৃহত নিশা ৮ বাজি ৩০ মিনিটত শেষ নিশ্বাস

নিলম্বিত হ’ল মঙলদৈ মহিলা থানাৰ উপ-পৰিদৰ্শক কৰবী শইকীয়া

নিউজ ডেস্ক, ১৫ চেপ্তেম্বৰঃ পুনৰ খাকী পোছাকত লাগিল দাগ। কৰ্তব্যত গাফিলতি, সহকৰ্মী আৰু গোচৰ দিবলৈ যোৱা লোকক দুৰ্ব্যৱহাৰৰ অভিযোগত মঙলদৈৰ মহিলা আৰক্ষী বিষয়াক নিলম্বন আৰক্ষী অধীক্ষকৰ।মঙলদৈ সদৰ থানাৰ উপ-পৰিদৰ্শক কৰবী শইকীয়াক নিলম্বন। অভিযোগ

বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ অঘটন। বাগমতী নদীত ডুবিল স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িওৱা এখন নাও। নাওখনত আছিল প্ৰায় ৩৪টাকৈ শিশু।বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ ঘটনা। সন্ধানহীন শিক্ষাৰ্থীক বিচাৰি NDRFৰ অভিযান অব্যাহত

এতিয়া কাল্পনিক নহয় এলিয়েন!

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ এলিয়েন অৰ্থাত্‍ বৰ্হি জগতৰ প্ৰাণীৰ উপস্থিতি এতিয়া সন্দেহৰ কথা নহয়, কাল্পনিক কথাছবিত দেখুওৱা চেহেৰাৰ দৰেই সাইলাখ চেহেৰাৰ এলিয়েনৰ উপস্থিতি নিশ্চিত হৈছে!কেৱল সিমানেই নহয়, এলিয়েনৰ মৃতদেহো আছে অক্ষত

যোৰাবাটত মহানগৰ আৰক্ষী আৰু STFৰ যৌথ অভিযানত জব্দ ৫১৮.৮ গ্ৰাম সোণ

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে পুৱা যোৰাবাটত মহানগৰ আৰক্ষী আৰু STFৰ যৌথ অভিযানত জব্দ ৫১৮.৮ গ্ৰাম সোণ ।মেঘালয়ৰ পৰা ৰাজস্থানলৈ সৰবৰাহ কৰিছিল সোণখিনি। ঘটনা সন্দৰ্ভত ৪ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।