Daily Time Axom

কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮০সংখ্যক জন্মজয়ন্তী

নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ আজি গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ জয়ন্ত হাজৰিকাৰ ৮০ সংখ্যক ওপজা দিন।তেওঁ ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মলাভ কৰিছিল।ৰাণা দা খ্যাত জয়ন্ত হাজৰিকাই নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ

সলনি হ’ল দেশৰ পুৰণি সংসদ ভৱনৰ নাম

নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ মঙলবাৰে সলনি হ'ল দেশৰ সংসদ ভৱন। পুৰণি ভৱনৰ নাম 'সংবিধান সদন' ৰখাৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।পুৰণি সংসদ ভৱনটোৰ প্ৰাংগনত প্ৰদান কৰা শেষ ভাষণত তেওঁ ভৱনটোক পুৰণি সংসদ ভৱনৰ সলনি "সংবিধান সদন" নামেৰে

আজি CM ভিজিলেন্সৰ সন্মুখত হাজিৰ হ’ব লাগিব প্ৰাক্তন সাংসদ ৰাণী নৰহ

নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ আজি CM ভিজিলেন্সৰ সন্মুখত হাজিৰ হ'ব লাগিব প্ৰাক্তন সাংসদ ৰাণী নৰহ৷ সোমবাৰে প্ৰাক্তন সাংসদগৰাকীলৈ CM ভিজিলেন্সে প্ৰেৰণ কৰিছিল চমন৷ সাংসদগৰাকীৰ বিৰুদ্ধে আছে সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগ।২০১৩-১৪ চনৰ সাংসদ

মহানগৰীত নিশা পদপথত শুই থকা লোকক মহটিয়াই নিলে বিলাসী বাহনে, থিতাতে নিহত লোকজন

নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ নিশা গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীত পুনৰ হিট এণ্ড ৰাণৰ ঘটনা। পদপথত শুই থকা লোকক মহটিয়াই নিলে ক'লা ৰঙৰ বিলাসী বাহনে। গণেশগুৰি উৰণ সেঁতুৰ তলত সংঘটিত হয় এই দুৰ্ঘটনা। এখন তীব্ৰবেগী বাহনে মহতিয়াই নিলে এজন

টিংখাঙত নিশা শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন

নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ বিশ্বকৰ্মাৰ আনন্দৰ মাজতেই টিংখাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন আৰু আহত হয় কেইবাজনো লোক। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ৰাজপথত এখন ইক' বাহন কেইবাবাৰো বাগৰি যোৱাৰ ফলত দুজন থিতাতে নিহত হয়

আজিৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন

নিউজ ডেস্ক, ১৮ চেপ্তেম্বৰঃ আজিৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন। প্ৰথম দিনত পুৰণি সংসদ ভৱনত আৰু মঙলবাৰৰ পৰা নতুন সংসদ ভৱনত এই অধিৱেশন অব্যাহত ৰখা হ’ব। অধিৱেশনত উত্থাপন হ’ব ৮খন বিধেয়ক। লগতে চৰ্চা হ’ব সংসদৰ ৭৫ বৰ্ষীয়

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা

নিউজ ডেস্ক, ১৮ চেপ্তেম্বৰঃ আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা বাবা বিশ্বকৰ্মাৰ পূজা–অৰ্চনাত ব্যস্ত ভক্তসকল। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। প্ৰতিটো অনুষ্ঠান–প্ৰতিষ্ঠান, কাৰ্যালয়, ব্যৱসায়িক

কানাডাৰ তিক্ততা বাঢ়িল ভাৰতৰ প্ৰতি

কানাডাৰ বাণিজ্য মন্ত্ৰী মেৰী এনগে অক্টোবৰত ভাৰতৰ সৈতে বাণিজ্যিক অভিযান স্থগিত ৰাখিছে। ভাৰত আৰু কানাডাৰ মাজত মুক্ত বাণিজ্য চুক্তি (এফটিএ) সম্পৰ্কীয় আলোচনা অক্টোবৰ মাহত হোৱাৰ কথা আছিল। এতিয়াৰ বাবে স্থগিত ৰখা হৈছে। খালিস্তান সমস্যাৰ কথা

ভাৰতত ২৩খন নতুন সৈনিক বিদ্যালয় নিৰ্মাণত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে প্ৰায় এশখন নতুন সামৰিক বিদ্যালয় স্থাপনৰ উদ্যোগ লৈছে। কেইবাটাও স্বেচ্ছাসেৱী সংগঠন, ব্যক্তিগত বিদ্যালয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে সমগ্ৰ দেশৰ ১৯খন নতুন সৈনিক বিদ্যালয়ৰ সৈতে

নোবেল বঁটাৰ মূল্য বাঢ়িব

এই বছৰৰ পৰা বৃদ্ধি পাবলৈ গৈ আছে নোবেল বঁটাৰ মূল্য। ফলত এইবাৰৰ বিজয়ীসকলে যোৱাবাৰৰ তুলনাত ৮৯ হাজাৰ মাৰ্কিন ডলাৰ অধিক লাভ কৰিব। শুকুৰবাৰে নোবেল ফাউণ্ডেচনে এক বিবৃতিত এই কথা প্ৰকাশ কৰে। নোবেল ফাউণ্ডেচনে কয় যে উন্নত আৰ্থিক অৱস্থাৰ বাবে