দুৰ্ঘটনাত পতিত বলব’ম যাত্ৰীৰ বাহন; আহত ১১ জন
নিউজ ডেস্ক, ২৮ আগষ্টঃ জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন বলব'ম যাত্ৰীৰ বাহন। বলেৰ' পিকআপ বাহনৰ খুন্দাত বগৰিল যাত্ৰীবাহী টেম্প'। দুগৰাকী যুৱতীসহ ১১জন বোলবোম যাত্ৰী আছিল টেম্প'ত। আমলখিৰ!-->…