দুদিনৰ বাবে মহানগৰীত বন্ধ থাকিব পানী যোগানঃ GMCৰ ঘোষণা
নিউজ ডেস্ক, ১ চেপ্তেম্বৰঃ দুদিনৰ বাবে মহানগৰীত বন্ধ থাকিব পানী যোগান। দুদিনৰ বাবে মহানগৰীৰ কেইবাটাও প্ৰান্তত বন্ধ থাকিব পানী যোগান। পাইপ মেৰামতিৰ বাবে পানী যোগান বন্ধৰ ঘোষণা GMCৰ।
GMCএ এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে, গুৱাহাটী পৌৰ নিগমৰ!-->!-->!-->…