Daily Time Axom

হৃদৰোগত আক্ৰান্ত হৈ চেন্নাইত আকস্মিক মৃত্যু ISROৰ বিজ্ঞানী এন ৱালাৰমাথিৰ

নিউজ ডেস্ক, ৪ চেপ্তেম্বৰঃ ISROৰ বিজ্ঞানী এন ৱালাৰমাথিৰ দেহাৱসান। চন্দ্ৰযান-৩ উৎক্ষেপণৰ কাউণ্টডাউনৰ কণ্ঠস্বৰ আছিল এন ৱালাৰমাথিৰ।হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চেন্নাইত আকস্মিক মৃত্যু হয় বিজ্ঞানীগৰাকীৰ। ৰকেট উৎক্ষেপণৰ কাউণ্টডাউনৰ কণ্ঠস্বৰৰ

অৱশেষত DSP পুস্কল গগৈক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৪ চেপ্তেম্বৰঃ অৱশেষত DSP পুস্কল গগৈক গ্ৰেপ্তাৰ। পুৱতি নিশা CIDয়ে গ্ৰেপ্তাৰ কৰে পুস্কল গগৈক।তিনিদিন একেৰাহে জেৰা কৰাৰ পিছত অৱশেষত গ্ৰেপ্তাৰ কৰা হয় পুস্কল গগৈক।বজালী কাণ্ডত নাম সাঙোৰ খাইছিল DSP গৰাকীৰ।চুপাৰী মাফিয়াৰ পৰা ২ কোটি

আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি

নিউজ ডেস্ক, ৪ আগষ্টঃআজি মহাপুৰুষ মাধৱদেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি।আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হ'ব মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ নামঘৰ, সত্ৰবোৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ১৪৮৯ চনত লক্ষীমপুৰৰ

এইবাৰ মণিপুৰৰ ঘটনাৰ পুনৰাবৃত্তি ৰাজস্থানত! মহিলাক নগ্ন কৰি বজাৰৰ মাজেৰে কৰোৱালে পেৰেড

নিউজ ডেস্ক, ২ চেপ্তেম্বৰঃ মণিপুৰৰ দৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে ৰাজস্থানত। ৰাজস্থানৰ প্ৰতাপগড় জিলাৰ এগৰাকী জনজাতীয় মহিলাক বৃহস্পতিবাৰে স্বামীয়ে মাৰপিট কৰি উলংগ কৰি নিজৰ গাঁৱৰ মাজেৰে কৰোৱালে পেৰেড। এক তথ্য শুকুৰবাৰে নিশা ৰাজস্থান

আজি ISROৱে আৰম্ভ কৰিব প্ৰথমটো সূৰ্য মিছন ADITYA L-1

নিউজ ডেস্ক, ২ চেপ্তেম্বৰঃ চন্দ্ৰ বিজয়ৰ পাছত এইবাৰ সূৰ্যৰ দিশে ভাৰত। আজি ISROৱে আৰম্ভ কৰিব প্ৰথমটো সূৰ্য মিছন ADITYA L-1।দিনৰ ১১ বাজি ৫০ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হ’ব মহাকাশ যানখন। ISROৱে

নাজিৰাৰ লিগিৰী পুখুৰীস্থ ১ ম অসম আৰক্ষী বাহিনীৰ ৭৫তম প্ৰতিষ্ঠা দিৱস উদযাপন

আজি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত লিগিৰী পুখুৰী স্থিত অসমৰ প্ৰথমটো আৰক্ষী বাহিনীৰ ৭৫ তম প্ৰতিষ্ঠা দিৱস l বৃটিছ ৰাজত্ব কালত ১৯৪২ চনত Assam Rail Force নামেৰে প্ৰতিষ্ঠা হোৱাৰ পৰৱৰ্তী সময়ত বিশ্বযুদ্ধ সময়ত Auxiliary Force ৰূপে

১২ বছৰীয়া নাবালিকাক দাসী হিচাপে ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ এহাল দম্পতী

এগৰাকী ১২ বছৰীয়া নাবালিকাক এটা পৰিয়ালে সজাত বন্দী কৰি থৈ ফুৰিবলৈ গৈছিল। পৰিয়ালটেয়ে বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে বিদ্যুৎ কৰ্তন কৰা হৈছিল। আন্ধাৰত থকা নাবালিকা গৰাকীয়ে ওচৰ-চুবুৰীয়াক কয় যে তাইক ঘৰত আবদ্ধ কৰি ৰখা হৈছিল। পাছত

অস্কাৰলৈ যাব নেকি ‘গাডাৰ ২’

তাৰা সিং আৰু ছাকিনাৰ ৰূপত ছানী দেওল আৰু আমিষা পেটেলৰ গ্ৰেট কামবেক! পৰিচালক অনিল শৰ্মাই দাবী কৰিছে যে এই ছবিখন অস্কাৰৰ যোগ্য। কেৱল সেয়াই নহয়, ‘গদাৰ এক প্ৰেম কথা’ই অকাডেমী বঁটা লাভ কৰিব পাৰিলেহেঁতেন বুলি পৰিচালকৰ বিস্ফোৰক মন্তব্য।

চীনৰ নতুন মানচিত্ৰক লৈ বিতৰ্ক বাঢ়িছে, ভাৰতৰ পিছত আৰু চাৰিখন এছিয়ান দেশেও প্ৰশ্ন উত্থাপন কৰিছে

চীনৰ নতুন মানচিত্ৰ প্ৰকাশক লৈ বিতৰ্ক বাঢ়িছে। মেপত অৰুণাচল প্ৰদেশ আৰু আক্সাই চীনৰ নিজৰ বুলি দাবী কৰিছে বেইজিঙে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, "কেৱল মানচিত্ৰত দেখুৱালেই নিজৰ হৈ নপৰে।"এইবাৰ ভাৰতৰ সুৰত আৰু চাৰিখন এছিয়াৰ

পুনৰ ১৫৮ টকা পৰ্যন্ত হ্ৰাস পালে প্ৰতিটো ছিলিণ্ডাৰৰ মূল্য

নিউজ ডেস্ক, ১ চেপ্তেম্বৰঃ পুনৰ হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম। বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫৮ টকাকৈ হ্ৰাস। এতিয়াৰে পৰা ১৫২২.৫০ টকাত উপলব্ধ হ'ব বাণিজ্যিক চিলিণ্ডাৰ। তেল কোম্পানীসমূহে চেপ্টেম্বৰ মাহৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম জাৰি কৰিছে। ১৯