Daily Time Axom

ভাৰতৰ সৌৰযান আদিত্য-এল ১য়ে কেনেদৰে কাম কৰিব

ভাৰতৰ চন্দ্ৰ অভিযান সফল হ'ল। চন্দ্ৰত সফলতাৰে অৱতৰণ কৰিলে লেণ্ডাৰ বিক্ৰমে। পেটৰ পৰা ওলাই অহাৰ পিছত ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ চাৰিওফালে ঘূৰি ফুৰি ইটোৰ পিছত সিটোকৈ বিজ্ঞানীসকললৈ তথ্য প্ৰেৰণ কৰে। দুসপ্তাহৰ পাছত চন্দ্ৰৰ দক্ষিণ মেৰুত দিন শেষ

ছবিৰ মুক্তিৰ পূৰ্বে তিৰুপতি মন্দিৰত পূজা কৰিলে কন্যাৰ সৈতে শ্বাহৰুখে

শ্বাহৰুখৰ বহু প্ৰত্যাশিত ছবি জৱান বৃহস্পতিবাৰে (৭ ছেপ্টেম্বৰ) মুক্তি পাব। ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা শ্বাহৰুখৰ অনুৰাগীয়ে এই ছবিখনৰ বাবে হুলস্থুল কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু বলীউডৰ ৰজা ছবিখনক লৈ অলপ টেনচন! আৰু সেইবাবেই সুযোগ পালেই

মূৰৰ কাষত মোবাইল চাৰ্জত দি নুশুব

গভীৰ নিশালৈকে মোবাইল চোৱা। আৰু তাৰ পিছত চাৰ্জত দি মূৰৰ ঠিক কাষতে থৈ টোপনি যোৱা বহুতৰে এই স্বভাৱ আছে।কিন্তু এয়া অতি ক্ষতিকাৰক। এই সন্দৰ্ভত এপলে ব্যৱহাৰকাৰীক সকীয়াই দিছে। এই বিষয়ে এপলে অনলাইন ইউজাৰ গাইডত সতৰ্ক কৰি দিছে। আমেৰিকাৰ

কাৰাবন্দী ছু কি অসুস্থ

সামৰিক অভ্যুত্থানত উৎখাত হোৱাৰ পিছত গৃহবন্দী হৈ থকা ম্যানমাৰৰ গণতন্ত্ৰ সমৰ্থক নেত্ৰী আং ছান ছু কি অসুস্থ হৈ পৰিছে। গৃহবন্দী হৈ থকাৰ সময়ত তেওঁৰ অসুস্থ অনুভৱ হ’লেও তেওঁক বাহিৰৰ চিকিৎসকৰ ওচৰলৈ যোৱাৰ অনুৰোধ নাকচ কৰিছে। ম্যানমাৰৰ

শ্বাহৰুখৰ মাতৃৰ ৰূপত ৰিদ্ধি ডোগ্ৰা

শ্বাহৰুখ খানৰ ছবি ‘জোৱান’ ছবিয়ে মুক্তিৰ পূৰ্বেই দৰ্শকৰ মনত ধুমুহাৰ সৃষ্টি কৰিছে। ইতিমধ্যে প্ৰায় পাঁচ নিযুত টিকট বিক্ৰী হৈছে! এগৰাকী মহিলাক মুখ্য কৰি নিৰ্মিত এই চিনেমাখনত কেৱল শ্বাহৰুখেই নহয়, এগৰাকী মহিলা চৰিত্ৰও আছে। ইয়াৰে

ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰে নেকি

আজিকালি বেছিভাগ মহিলাই মাহেকীয়াৰ সময়ত চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে। কিছুমানে টেম্পনো ব্যৱহাৰ কৰে। তাৰ তুলনাত ঋতুস্ৰাৱৰ কাপৰ বহুল ব্যৱহাৰ নহয় যদিও ই যথেষ্ট নিৰাপদ আৰু সুবিধাজনক। ঋতুস্ৰাৱৰ কাপ স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ লগতে পৰিৱেশ

২০২৩ৰ ICC ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতীয় দল (পুৰুষ) ঘোষণা

নিউজ ডেস্ক, ৫ চেপ্তেম্বৰঃ ভাৰতত ৫ অক্টোবৰৰ পৰা এদিনীয়া বিশ্বকাপ আৰম্ভ হ’ব। ইয়াৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰিলে বিচিচিআয়ে। ৰোহিত শৰ্মা অধিনায়ক আৰু হাৰ্দিক পাণ্ডিয়া সহঃ অধিনায়ক। ১৫জনীয়া দলটোত আছে বিৰাট কোহলী, শুভমন গিল, শ্ৰেয়স আয়াৰ,

পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী সন্ধানহীন

নিউজ ডেস্ক, ৫ চেপ্তেম্বৰঃ পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী সন্ধানহীন।সন্ধানহীন মহিলা কনিষ্টবল গৰাকী নগাঁৱৰ বঢ়মপুৰৰ গায়ত্রী হাজৰিকা।পুৱা শৰাইঘাটত উদ্ধাৰ হৈছিল গায়ত্ৰীৰ ম’বাইল ফোন, চেণ্ডেল আৰু চশমা। শৰাইঘাট দলঙৰ নিৰাপত্তাৰক্ষীয়ে

আজি ৬২ সংখ্যক শিক্ষক দিৱস

নিউজ ডেস্ক, ৫ চেপ্তেম্বৰঃ আজি ৫ ছেপ্টেম্বৰ। আজি ৬২ সংখ্যক শিক্ষক দিৱস। সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে এই বিশেষ দিনটো। শিক্ষকসকলৰ কষ্ট-ত্যাগক স্বীকৃতি দিয়াৰ সমান্তৰালকৈ প্ৰশংসাৰ বাবে ভাৰতে ১৯৬২ চনৰ পৰাই পালন কৰি আহিছে এই দিৱস। ভাৰতৰ

বজালীৰ তদানীন্তন SP সিদ্ধাৰ্থ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৪ চেপ্তেম্বৰঃ বজালীৰ তদানীন্তন SP সিদ্ধাৰ্থ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ। জেৰাৰ অন্তত CIDয়ে গ্ৰেপ্তাৰ কৰিলে সিদ্ধাৰ্থ বুঢ়াগোহাঁইক। উল্লেখ্য যে, ব্যৱসায়ীৰ পৰা ধনদাবীৰ গোচৰত গ্ৰেপ্তাৰ হয় আৰক্ষী বিষয়াগৰাকী। বজালী কাণ্ড সন্দৰ্ভত