চৌদি আৰৱৰ গোলাবৰ্ষণত ছিন্নভিন্ন শ শ অসহায় শৰণাৰ্থীৰ মৃতদেহ !
ইথিওপিয়াৰ পৰা শ শ শৰণাৰ্থীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ছৌদি আৰৱৰ সীমান্তৰক্ষী বাহিনীয়ে। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা হিউমেন ৰাইটছ ৱাচৰ (HRW) এক প্ৰতিবেদনত ইয়াক ‘গণহত্যা’ বুলি উল্লেখ কৰা হৈছে। ৭৩ পৃষ্ঠাৰ এই প্ৰতিবেদনত!-->!-->!-->…