Daily Time Axom

মাস্কে এক্স প্লেটফৰ্মৰ পৰা X বৈশিষ্ট্যটো আঁতৰাব

টুইটাৰ ক্ৰয় কৰাৰ পিছৰে পৰা ইলন মাস্কে এই প্লেটফৰ্মত বহু পৰিৱৰ্তন কৰি আহিছে। সৰু সৰু বৈশিষ্ট্য সলনি কৰাৰ উপৰিও টেছলাৰ মালিকে মাইক্ৰ’ ব্লগিং চাইটৰ নামো সলনি কৰিছে। এইবাৰ তেওঁ আন এটা পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰিলে। টুইটাৰ নহয়, এই

কিয় উত্তৰ প্ৰদেশত ৰজনীকান্তই মুখ্যমন্ত্ৰী যোগীৰ ভৰি চুই প্ৰণাম কৰিলে,জানক আচল কথাটো কি

৭২ বছৰীয়া ছুপাৰষ্টাৰগৰাকীয়ে ৫১ বছৰীয়া ৰাজনীতিবিদগৰাকীৰ ভৰি চুই প্ৰণাম কৰে। এই দৃশ্য ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। যোৱা ১০ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিছিল ৰজনীকান্তৰ নতুন ছবি ‘জেলাৰ’। ২৫০ কোটিৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে

মোডীয়ে কি মিছা কথা কৈছে ৰাহুলৰ মতে

লাডাখ হিল কাউন্সিলৰ নিৰ্বাচনলৈ কিছুদিন আছে। আৰু তাত উপস্থিত হোৱাৰ লগে লগে ৰাহুল গান্ধীয়ে চৰকাৰক সমালোচনা কৰিছে। তেওঁ দাবী কৰিছে, "চীনে ইয়াৰ জনসাধাৰণৰ মাটি কাঢ়ি লৈ ​​গৈছে।" কিন্তু প্ৰধানমন্ত্ৰীয়ে কয়, তেওঁলোকে এক ইঞ্চিও ল’ব নোৱাৰে!”

ইমৰাণ খানৰ সুৰক্ষাক লৈ পত্নী বুছৰা বিবিৰ উদ্বেগ প্ৰকাশ

জেলত হয়তো ইমৰাণক বিষাক্ত দ্ৰব্য সেৱন কৰা হৈছে: বুছৰা বিবিপঞ্জাৱৰ কুখ্যাত এট’ক জেলত বন্দী হৈ থকা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুছৰা বিবিয়ে তেওঁৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয়, ‘ইমৰান খানক জেলত বিষক্ৰিয়া

মৰঙিৰ শ্ৰেষ্ঠতম মেধা ছাত্ৰ – ছাত্ৰীক নগদ ধন সহ শৈক্ষিক বঁটা প্ৰদান

ইতিহাস প্ৰসিদ্ধ মৰঙি মৌজাৰ ঐতিহ্যমণ্ডিত মৰঙি দীননাথ উচ্চ মাধ্যমিক বিদ্যালয়ে ১৯৮৩ চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰে ৷ সেই সময়ৰে পৰা প্ৰতিবছৰে হাজাৰ হাজাৰ শিক্ষাৰ্থী হাইস্কুল শেষান্ত পৰীক্ষাত অবতীৰ্ণ হৈ

পিতৃৰ জন্মদিন উদযাপনৰ বাবে বাইকেৰে লাডাখলৈ ৰাহুল

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মতে, পাংগং হ্ৰদ পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই। পুত্ৰ সাংসদ ৰাহুল গান্ধীয়ে ২০ আগষ্টত পিতৃৰ জন্মদিন উদযাপনৰ বাবে বাইকেৰে পাংগং হ্ৰদলৈ ৰাওনা হয়। যাত্ৰা পথত নিৰাপত্তাৰক্ষীৰে আগুৰি থকা নাছিল। বৰং

‘জীৱন্ত ঈশ্বৰ’! ভাঞ্চালীৰ প্ৰশংসাত পঞ্চমুখ কংগনা

ছ’চিয়েল মিডিয়াত এতিয়া হুলস্থুল লাগিছে!কিয়নো অভিনেত্ৰী কংগনা ৰানাৱটে চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীক প্ৰশংসা কৰা দেখা গৈছে। তেওঁক কেতিয়াবা ‘জীৱন্ত কিংবদন্তি’ , আকৌ কেতিয়াবা ‘জীৱন্ত ঈশ্বৰ’ বুলিও কৈছে । অৱশ্যে সঞ্জয়ৰ

পুনৰ মানাহ ৰাষ্ট্রীয় উদ্যানত গঁড়ৰ মৃত্যু

নিউজ ডেস্ক, ১৯ আগষ্টঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃতদেহ উদ্ধাৰ। উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ কালঝাৰ কেম্পৰ সমীপত উদ্ধাৰ এটা মতা গঁ‌ড়ৰ মৃতদেহ। আজি পুৱা বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ, দাঁত, নখ আদি। ঘটনাস্থলীত উপস্থিত উদ্যানখনৰ

ATM ৰ পৰা টকা উলিয়াওতে সাৱধান হওঁক

নিউজ ডেস্ক, ১৯ আগষ্টঃ মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।এজন লোকে বেলতলাত পিতৃৰ ঔষধৰ বাবে ধন উলিয়াবলৈ ATM যাওঁতে প্রৱঞ্চকৰ জালত পৰে । ভুক্তভোগী লোকজন বেলতলাৰ দ্বিপুল কুমাৰ ডেকা বুলি জানিব পৰা গৈছে। কৌশলেৰ দ্বিপুল ডেকাৰ পৰা ATM

নৃশংস হত্যাকাণ্ড, ১১ দিনীয়া কন্যা সন্তানক হত্যা কৰি গাঁতত পুতি থলে পাষান পিতৃয়ে

নিউজ ডেস্ক, ১৯ আগষ্টঃ বজালীত নৃশংস হত্যাকাণ্ডৰ ঘটনা। ১১ দিনীয়া কন্যা সন্তানক হত্যা কৰি গাঁতত পুতি থলে পাষান পিতৃয়ে। বজালীৰ ডুবি মালিপাৰাত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। নিজৰ ১১ দিনীয়া সন্তানক ৪ লাখ টকাত বিক্ৰী কৰাৰ যো–জা কৰিছিল পিতৃ