জাগীৰোডত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ
নিউজ ডেস্ক, ১৭ আগষ্টঃ জাগীৰোডৰ নেলীত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় আনন্দ স্বৰূপ নামৰ এজন ৫৫ বছৰীয়া লোক। মালিগাঁও ৰে’ল ষ্টেচন ইউনিটৰ মুখ্য অভিযন্তা আছিল আনন্দ। নিহত আনন্দ স্বৰূপৰ ঘৰ মুম্বাইত। AS 01KC 9253!-->…