Daily Time Axom

ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৪ আগষ্টঃ ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ। শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ মৃতদেহ দুটা। সম্পূৰ্ণৰূপে উৱলি যোৱা মৃতদেহ দুটা কণিকা আগৰৱাল আৰু পিনু আগৰৱাল বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানেও সন্ধান নাই কণিকাৰ

কোনে নিৰ্যাতন চলাইছিল ইন্দ্ৰানী তহবিলদাৰক

নিউজ ডেস্ক, ১৪ আগষ্টঃ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ ৰহস্য এতিয়াও ওৰ পৰা নাই। ঘটনাক লৈ এতিয়াও অব্যাহত আছে আৰক্ষীৰ তদন্ত । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। ইজনৰ পিছত সিজন লোক সাঙোৰ খাইছে এই চাঞ্চল্যকৰ

স্বাধীনতা দিৱস উপলক্ষে অসমৰ কেইবাগৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ বঁটা

নিউজ ডেস্ক, ১৪ আগষ্টঃ স্বাধীনতা দিৱস উপলক্ষে অসম আৰক্ষীৰ ৮জন বিষয়া-কনিষ্টবললৈ সাহসিকতাৰ বঁটা। ৮গৰাকী বিষয়া-কনিষ্টবললৈ আৰক্ষীৰ সাহসিকতা বঁটা কেন্দ্ৰীয় চৰকাৰৰ। DSP প্ৰকাশ মেধি, Addl.SP প্ৰকাশ সোণোৱাললৈ এই বঁটা। SI লাটুক দাস, ৰিতুজ্যোতি নাথ,

ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ’ল বহু কেইজন লোকৰ

নিউজ ডেস্ক, ১৪ আগষ্টঃ হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন। সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ। এই ঘটনাত ২৫জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এতিয়ালৈ দুটি শিশুসহ

লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ব’ল বম লৈ যোৱা দুজনকৈ ভক্ত

নিউজ ডেস্ক, ১৪ আগষ্টঃ লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ যুৱক। দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে ব'ল বম লৈ যোৱা ৭জন ভক্তক। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা ডাঙৰীয়া বাবা শিৱ মন্দিৰৰ সন্মুখত নিশা সংঘটিত হয় এই ঘটনা। হাফলং

চিৰাঙত গঁড়ৰ চোৰাং চিকাৰীলৈ আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ১৪ আগষ্টঃ চিৰাঙত গঁড়ৰ চোৰাং চিকাৰীলৈ আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ চোৰাং চিকাৰী নৱেশ্বৰ বসুমতাৰী। আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ জালুকনিৰ মালেভিটাত এই ঘটনা সংঘটিত হয়। দুটাকৈ গঁড়, ৪০টাৰো অধিক বন্যহস্তী চিকাৰৰ সৈতে

লখিমপুৰত আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ১৪ আগষ্টঃ লখিমপুৰত আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ আনাৰুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। বঙালমৰাৰ ২নং ইছলামপুৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় সৰবৰাহকাৰী আনাৰুল। ভাতৃ ছাদ্দাম হুছেইনৰ সন্ধানত

আইভিএফ(IVF) কৰিও হতাশ হৈছে নেকি ? লেজাৰ এচিষ্টেড হেচিং হৈছে আশাৰ বতৰা

লেজাৰ এচিষ্টেড হেচিং হৈছে এক অত্যাধুনিক কৌশল যিয়ে আইভিএফৰ সময়ত সফল ভ্ৰূণ স্থাপনৰ সম্ভাৱনা বৃদ্ধি কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে পূৰ্বে আইভিএফত বিফল হোৱা মহিলাসকলৰ বাবে এই পদ্ধতিয়ে তেওঁলোকক নতুন জীৱন দিব পাৰে। লেজাৰ এচিষ্টেড হেচিং

অংগদানে জীৱন দিয়ে ! কিমানজনে বুজি পায় এই কথা

আজি ১৩ আগষ্ট, আন্তঃৰাষ্ট্ৰীয় অংগদান দিৱস। একবিংশ শতিকাতো আমি বুজি পোৱা নাই অংগদান কিয় ইমান গুৰুত্বপূৰ্ণ? সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এই বিশেষ দিনটো পালন কৰা হয়। যাতে অংগদানৰ দ্বাৰা মৃত্যুমুখত পৰা বহু লোকক পুনৰ জীৱন্ত কৰি তুলিব পৰা

মহাপুৰীয়া ভাওনা সংস্কৃতি সংৰক্ষণৰ অভিনৱ প্ৰয়াস

পৌৰাণিক তথা ঐতিহাসিক গীত,সুৰ,বাজনাই জীপাল হ'ল কলিয়াপানীস্থিত আউনীআটী সত্ৰ। শ্ৰী শ্ৰী আউনীআটী সত্ৰ আৰু সদৌ অসম ভাওনা সন্মিলনৰ যৌথ উদ্যোগত ভাওনাৰ পৰম্পৰাগত গীত,সুৰ আৰু বাজনা পৰিবেশন ও সংৰক্ষণৰ উদ্দেশ্যে এক ব্যতিক্ৰমী অনুষ্ঠান