Daily Time Axom

কলিয়াবৰত কংগ্ৰেছৰ প্ৰতিবাদ

অত্যাবশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটিয়ে আজি কলিয়াবৰত এক প্ৰতিবাদ সাব্যস্ত কৰে । কুঁৱৰীটোলৰ পৰা কলিয়াবৰ মহকুমাধিপতি কাৰ্যলয় লৈকে এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে

গাখীৰৰ চাহ শৰীৰৰ বাবে উপকাৰী নে ক্ষতিকাৰক

গাখীৰ শৰীৰৰ বাবে উপকাৰী নে ক্ষতিকাৰক? শেহতীয়াকৈ আমেৰিকাত কৰা কেইবাটাও অধ্যয়নত এই বিষয়টো আহিছে। কাৰণ বহুতে লেক্ট’জ অসহিষ্ণুতাৰ বাবে গাখীৰ ক্ষতিকাৰক বুলি ভাবে। কিন্তু দুগ্ধজাত সামগ্ৰী যে আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ, তাত

জুকাৰবাৰ্গ-ইলন মাস্কৰ ‘মল্লযুঁজ’, এক্সত লাইভত হ’ব সম্প্ৰচাৰ

ইলন মাস্কে শেহতীয়াকৈ মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ সৈতে যুদ্ধৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে এই যুঁজখন এক্সত লাইভ ষ্ট্ৰীম কৰা হ’ব। খবৰ অনুসৰি আমেৰিকাৰ লাছ ভেগাছত ‘মিক্সড মাৰ্শ্বেল আৰ্টছ কেজ মেচ’ত লগ হ’ব এই ২ জন ছ’চিয়েল মিডিয়া সম্ৰাট।

গ্ৰেপ্তাৰ হোৱাৰ পিছত ইমৰাণ খানক পাকিস্তানৰ এখন কুখ্যাত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়

তোছাখানা গোচৰত তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি পোৱাৰ কিছু সময়ৰ পাছতে শনিবাৰে লাহোৰৰ জামান পাৰ্কত থকা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক। গ্ৰেপ্তাৰৰ পিছত ইমৰাণক পঞ্জাৱ প্ৰদেশৰ কুখ্যাত এট’ক জেলত ভৰ্তি

চাৰি মাহৰ পাছত পুনৰ সংসদলৈ উভতিল ৰাহুল

চাৰি মাহৰ অপেক্ষা শেষ। সোমবাৰে পুৱা গাইডলাইন জাৰি কৰাৰ মাত্ৰ কেইঘণ্টামান পিছতে পুনৰ সংসদলৈ উভতি আহে সাংসদ ৰাহুল। সুখৰ বতাহ কংগ্ৰেছ শিবিৰত, সুখো আছে মিত্ৰতা বিৰোধী ভাৰত শিবিৰত। ইতিমধ্যে লোকসভাৰ অধিৱেশন বাকী আছে। দেওবাৰৰ পৰা

সাংসদ পদ ওভতাই পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

নিউজ ডেস্ক, ৭ আগষ্টঃ পুনৰ বাহাল হ'ল ৰাহুল গান্ধীৰ সাংসদ পদ। অধিসূচনা জাৰি কৰিলে লোকসভা সংসদ সচিবালয়ে। উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পাছতে এই নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়াৰে পৰা ৰাহুল গান্ধীয়ে সদনৰ আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব। লগতে

ৰাজ্যত পুনৰ চিলনী চোৰক এনকাউণ্টাৰ

নিউজ ডেস্ক, ৭ আগষ্টঃ মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। চন্দ্ৰপুৰত পল্টন বজাৰ আৰক্ষীৰ গুলীত আহত চিলনী চোৰ।চিলনী চোৰটোৰ নাম অৰ্জুন সাহা। মহিলাৰ চেইন টানি চুৰি কৰিছিল অৰ্জুন সাহাই।বাঁও ভৰিত গুলী লাগিছে চিলনী চোৰটোৰ। সম্প্ৰতি GMCHত ভৰ্তি

মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ

ডেংগুৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। মহে কামোৰাৰ পৰা বাচি থাকিবলৈ বহুতে ঔষধ বা বিভিন্ন ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰে। অৱশ্যে এই উপাদানসমূহ ছালৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। কিন্তু মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈও কিছুমান প্ৰাকৃতিক ঔষধ

চীনত ৫.৫ টা ভূমিকম্প, ১২৬ টা ঘৰ ভাঙি, ২১ জন আহত

পূব চীনৰ ছানডং প্ৰদেশৰ পিংয়ুয়ান কাউন্টিত ৫.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। এই কঁপনি দেওবাৰে (৬ আগষ্ট) স্থানীয় সময় অনুসৰি ২:৩৩ বজাত অনুভৱ কৰা হয়। ভূমিকম্পত ২১ জন লোক আহত হয়। চীন ভূমিকম্প নেটৱৰ্ক চেণ্টাৰৰ তথ্য অনুসৰি ইয়াৰ

পাকিস্তানত ভয়ংকৰ ৰেল দুৰ্ঘটনা, ১০ টা বগী ৰেলপথৰ পৰা ওলাই, ২২ জন নিহত, ৫০ জন আহত

দেওবাৰে (৬ আগষ্ট) পাকিস্তানৰ শ্বাহজাদপুৰ আৰু নৱাবশ্বাহৰ মাজত সংঘটিত হয় এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। এই ৰেল দুৰ্ঘটনাত হাজাৰা এক্সপ্ৰেছৰ প্ৰায় ১০টা বগী ৰে'লপথৰ পৰা চিটিকি যায়। এই দুৰ্ঘটনাত মুঠ ১৫ জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০ জনতকৈ