Daily Time Axom

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ জাগীৰোডবাসীৰ হৈ আন্তৰিক…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আটাইতকৈ সহজলভ্য ৰে'ল যোগাযোগ ব্যৱস্থাক বিশ্বমানৰ কৰিবলৈ আজি সমগ্ৰ ভাৰতবৰ্ষৰ ৫০৮ টা ষ্টেচনৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আন্তঃগাথঁনিৰ উন্নয়নৰ কামৰ ভাৰ্চুৱেলি শুভাৰম্ভণি কৰে। প্ৰথম পৰ্যায়ত তেঁওলোকে ১০ খন

ৰঙাপৰা ৰে’লৱে ষ্টেচন পুনৰ নিৰ্মাণৰ ভাৰ্চুৱেলি শিলান্যাস

আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ ৫০৮ খন ৰে'লৱে ষ্টেচন ' অমৃত ভাৰত ষ্টেচন ' আঁচনিৰ অধীনত আজি পুনৰ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে ৷ ৫০৮ খন স্টেচনৰ ভিতৰত ৰঙাপৰা ৰে'লৱে ষ্টেচন পুনৰ নিৰ্মাণৰো ভাৰ্চুৱেলি শিলান্যাস

পাকিস্তানী যুৱতী আৰু ভাৰতীয় যুৱকৰ অনলাইনত বিয়া

ভাৰতলৈ আহিবলৈ ভিছা পোৱা নাই। কেতিয়া পাব সেই সন্দৰ্ভতো কাৰো স্পষ্ট উত্তৰ নাই। এনে পৰিস্থিতিত ভাৰতীয় দৰা আৰু পাকিস্তানী কইনাৰ বিয়া ভাৰ্চুৱেলি হৈ যায়। যোৱা বুধবাৰে অনলাইনযোগে বিবাহপাশত আবদ্ধ হয় দম্পতীহাল। এল ই ডি স্ক্ৰীণত বিবাহ

পুনৰ বন্দুকধাৰীয়ে আক্ৰমণ আমেৰিকাত ! কমেও ৩ জনৰ মৃত্যু

আমেৰিকাত পুনৰ আন এক বন্দুকধাৰীৰ আক্ৰমণ। শনিবাৰে নিশা ৱাশ্বিংটন ডিচিৰ ৰাজপথত গুলীচালনা ঘটনা ধাৰাবাহিকতা সংঘটিত হয়। এই আক্ৰমণত কমেও ৩ জনৰ মৃত্যু হোৱাৰ লগতে আহত হয় এজন লোক। দক্ষিণ-পূব ৱাশ্বিংটনৰ এনাকোষ্টিয়াত সংঘটিত হৈছে এই আক্ৰমণ।

জ্বলি আছে মণিপুৰ! যোৱা ২৪ ঘন্টাত ৫ জন লোকৰ মৃত্যু

মণিপুৰৰ হিংসাত্মক ঘটনা ৰোধ কৰিব পৰা নাই আজিও। ৰাজ্যখনত শনিবাৰৰ পৰা নতুন সংঘাতৰ জুই জ্বলিবলৈ আৰম্ভ কৰিছে। পুনৰ হিংসাত্মক ঘটনাত নতুনকৈ ৫ জন লোকৰ মৃত্যু হৈছে। ইফালে ইম্ফল পশ্চিম জিলাত ১৫টা ঘৰত উন্মাদ জনসমাগমে অগ্নিসংযোগ কৰিছে। গুলীচালনা

কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়াৱহ সংঘৰ্ষ, সংঘৰ্ষত ছহিদ হয় সেনা-আৰক্ষীৰ…

নিউজ ডেস্ক, ৫ আগষ্টঃ দক্ষিণ কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়াৱহ সংঘৰ্ষ। সংঘৰ্ষত ছহিদ হয় সেনা-আৰক্ষীৰ ৩জন জোৱান। দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হালান বনাঞ্চলৰ এটা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতেই

মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা, পিতা-পুত্ৰসহ ৩জনক হত্যা কুকি দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ৫ আগষ্টঃ পুনৰ ৰক্তাক্ত মণিপুৰ। বিষ্ণুপুৰ জিলাত পুৱতি নিশা পিতা-পুত্ৰসহ ৩জনক হত্যা কুকি দুৰ্বৃত্তৰ। কুৱাক্টা অঞ্চলৰ ৱখা টাম্পাক গাঁৱত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ মতে, তিনিজন লোকক শুই থকা অৱস্থাত গুলীয়াই হত্যা কৰা হৈছিল। মৃত

গোলাঘাটৰ বামুণগাঁৱত চাঞ্চল্যকৰ ঘটনা, জোঁৱায়েকৰ দাৰ ঘাপত আঘাতপ্ৰাপ্ত শাহুসহ তিনিজনকৈ লোক

নিউজ ডেস্ক, ৫ আগষ্টঃ ইটোৰ পাছত সিটোকৈ জঘন্য কাণ্ডই জোকাৰিছে গোলাঘাট। এইবাৰ গোলাঘাটৰ বামুণগাঁৱত চাঞ্চল্যকৰ ঘটনা। জোঁৱায়েকৰ দাৰ ঘাপত আঘাতপ্ৰাপ্ত শাহুসহ তিনিজনকৈ লোক। নিশা গোলাঘাটৰ কমাৰবন্ধা বামুণ গাঁৱত চাঞ্চল্যকৰ ঘটনা। জোঁৱায়েকৰ আক্ৰমণত

যদি হিজাব পিন্ধা নাই তেন্তে ১০ বছৰৰ কাৰাদণ্ড! ইৰাণে আনিছে কঠোৰ আইন

হিজাব বিদ্ৰোহ দমন কৰিবলৈ হতাশ হৈ পৰিছে ইৰাণ চৰকাৰ। যুৱক মাহছা আমিনিৰ মৃত্যুৰ পিছত দেশৰ মোল্লাসকলক জোকাৰি যোৱা বিপ্লৱক বিফল কৰিবলৈ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ প্ৰশাসনে কঠোৰ আইন প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। বিধেয়কখন গৃহীত হ’লেহে এই আইন বলবৎ

নিজকে নিৰ্দোষী বুলি দাবী কৰিছে ড’নাল্ড ট্ৰাম্পে

বৃহস্পতিবাৰে ৱাশ্বিংটন ডি চিৰ আদালতত হাজিৰ হয় প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। তেওঁৰ বিৰুদ্ধে কেপিটেল হিলত আক্ৰমণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সলনি কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে আদালতত নিজৰ নিৰ্দোষী