Daily Time Axom

প্ৰতিকূল বতৰৰ কাৰণে অমৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

প্ৰতিকূল বতৰ। অমৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছে। ধাৰাসাৰ বৰষুণ আৰু অশুভ বতৰৰ বাবে শুকুৰবাৰে এই ঘোষণা। জানিব পৰা গৈছে যে জম্মু-কাশ্মীৰ প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ কথা চিন্তা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত কিছুদিন ধৰি দেশৰ

পাকিস্তানত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত এজন মেজৰসহ চাৰিজন জোৱান নিহত

উত্তৰ-পশ্চিম পাকিস্তানত উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষ আৰু আত্মঘাতী গাড়ী বোমা বিস্ফোৰণত সেনা মেজৰ সহ কমেও চাৰিজন জোৱান নিহত হৈছে। আফগানিস্তানৰ সীমান্তৱৰ্তী আৰু পূৰ্বৰ উগ্ৰপন্থী দুৰ্গ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ খাইবাৰ আৰু উত্তৰ

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত দম্পতীৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ৭ জুনঃ গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত দম্পতীৰ কৰুণ মৃত্যু। গোৱালপাৰাৰ আগিয়াত পুৱাই ব্ৰিজা আৰু গেছ কঢ়িয়াই অনা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ এই দুৰ্ঘটনা সংঘটিত হয়।১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দুৰ্ঘটনাৰ ফলত

অভিনেতা, পৰিচালক, নাট্যকৰ্মী বিজয় শংকৰ শইকীয়াৰ মৃত্যু

নিউজ ডেস্ক,৭ জুলাইঃ দুঃখবৰ! অভিনেতা বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ। নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু অভিনেতাজন।দীৰ্ঘদিনে মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল বিজয় শংকৰ শইকীয়া। ৩৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজন। মঞ্চ নাটকৰ লগতে বহুকেইখন

আঁঠুৰ বিষ কেনেকৈ কমাব ?

কম বয়সতে বহু লোকৰ আঁঠুৰ বিষ হয়। কম বয়সতে আঁঠুৰ বিষ হ’লে ফিটনেছৰ সমস্যা প্ৰথম হয়। নিয়ম অনুসৰি ব্যায়াম কৰিলে বিষৰ পৰা মুক্তি পোৱা সম্ভৱ। জানো আহক: নিয়মিতভাৱে দৌৰিবআঁঠুৰ বিষতো দৌৰিব অলপ ? বেছি দৌৰাৰ প্ৰয়োজন নাই। দৌৰিলে কেলৰি জ্বলে

জোনাথনে জুইত দৌৰি বিশ্ব অভিলেখ গঢ়িলে

এথলেটিক ট্ৰেকত অক্সিজেন অবিহনে জুইত ১০০ মিটাৰ দৌৰাৰ সৰ্বাধিক দ্ৰুততম দৌৰৰ বিশ্ব অভিলেখ গঢ়িলে এজন ফ্ৰান্সৰ লোকে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে অনলাইনযোগে এটা ভিডিঅ’ পোষ্ট কৰিছে।পেৰিছৰ উত্তৰ-পশ্চিমৰ হাউবৰ্ডিনৰ ৩৯ বছৰীয়া জনাথন ভেৰ’ই

জাঞ্জিবাৰত মুকলি হ’ল আই আই টিৰ প্ৰথমটো বিদেশী শাখা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি জাঞ্জিবাৰত নিৰ্মিত ভাৰতৰ বাহিৰত এইটোৱেই প্ৰথম আই আই টি কেম্পাছ। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি হুছেইন আলী মৱিনীয়ে বুধবাৰে আই আই টি মাদ্ৰাজৰ কেম্পাছ

২৪ ঘন্টাত ২২০০ বাৰ জোকাৰি গ’ল পৃথিৱী ! বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ ভয়ত বতৰ বিজ্ঞানী

আইচলেণ্ডৰ ৰাজধানী ৰেইকজাভিক আৰু ইয়াৰ আশ-পাশ ২৪ ঘন্টাত ২২০০ বাৰ কঁপি উঠিল। এই সময়ছোৱাত দুহাজাৰতকৈও অধিকবাৰ ভূমিকম্পৰ বাবে বতৰ বিজ্ঞানীসকলে এক বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰিছে। আইচলেণ্ডৰ বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা মতে,

শোকাৱহ বাছ দুৰ্ঘটনা, বাছ বাগৰি শিশুসহ ২৯ গৰাকীৰ মৃত্যু

নিউজ ডেস্ক, ৬ জুলাইঃ মেক্সিকোত শোকাৱহ বাছ দুৰ্ঘটনা। বাছ বাগৰি শিশুসহ ২৯ গৰাকীৰ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই ৮০ ফুট দ খাৱৈত বাগৰিল বাছখন।মেক্সিকো চহৰৰ পৰা মিক্সটেকা অভিমুখী আছিল বাছখন। নিহতসকলৰ ভিতৰত আছে এবছৰীয়া শিশুসহ ১৩ পুৰুষ, ১৩ গৰাকী

বোকাজানৰ লাহৰীজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

নিউজ ডেস্ক, ৬ জুলাইঃ বোকাজানৰ লাহৰীজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা। বন্দুক কাঢ়ি পলাবলৈ চেষ্টা চলাওঁতেই গুলীচালনা। লাহৰীজানৰ ছাহিদ হুছেইন নামৰ ড্ৰাগছ মাফিয়াটোলৈ গুলীচালনা আৰক্ষীৰ। ছাহিদৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে ১ কেজি ১০০