নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া চাইকেল
নিউজ ডেস্ক, ৬ জুলাইঃ বুধবাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে দিব চাইকেল। ৩,৭৮,০০০ ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব চাইকেল। ইয়াৰ বাবে ধার্য কৰা হৈছে ১৬৮ কোটি টকা। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাছতে!-->…