মহাৰাষ্ট্ৰৰ বুলধানা অঞ্চলত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড, অগ্নিকাণ্ডত ২৬ জন যাত্ৰীৰ মৃত্যু
নিউজ ডেস্ক, ১ জুলাইঃ মহাৰাষ্ট্ৰত শোকাৱহ ঘটনা। চলন্ত বাছত জুই লাগি ২৬ জন যাত্ৰীৰ মৃত্যু। নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই ঘটনা। নাগপুৰৰ পৰা পুণে অভিমুখে গৈ আছিল বাছখন। সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছ হাইৱেৰ বুলধানাত সংঘটিত হয় এই ঘটনা। বাছখনত!-->…