নগাঁৱৰ চলচলিত গুলীচালনাৰ ঘটনা, ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ
নিউজ ডেস্ক, ২৭ জুনঃ নগাঁৱত ব্যৱসায়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। হয়বৰগাঁৱৰ চলচলিত সংঘটিত হয় এই ঘটনা। হাফিজুৰ ৰহমান নামৰ ব্যৱসায়ীলৈ লক্ষ্য কৰি এই গুলীচালনা।
গুলী চালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ইনামূল হাছান নামৰ এজন লোকক।!-->!-->!-->…