Daily Time Axom

দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযূষ হাজৰিকা

নিউজ ডেস্ক, ৪ মাৰ্চঃ দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযূষ হাজৰিকা। গুৱাহাটীত অনুষ্ঠিত অসম টেবুল টেনিচ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত ৰাজ্যিক সদস্যসকলৰ লগতে জিলা সন্থাৰ বিষয়ববীয়া তথা প্ৰতিনিধিবৰ্গৰ উপস্থিতিত দ্বিতীয়বাৰলৈ

আকৌ উৎকোচ কাণ্ডঃ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া বুদ্ধ কটকী

নিউজ ডেস্ক, ৪ মাৰ্চঃ আকৌ উৎকোচ কাণ্ড। এইবাৰ কামৰূপত ধৰা পৰিল শিক্ষা বিষয়া। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া বুদ্ধ কটকী। গুৱাহাটী মহকুমাৰ বিদ্যালয়ৰ উপ-পৰিদৰ্শক ঘোচখোৰ বুদ্ধ কটকী। বিদ্যালয়ৰ নামত আৱণ্টিত উন্নয়ন

চাবুৱাত ভয়ংকৰ ঘটনা! মেচিনত সোমাই কৰুণ মৃত্যু শ্ৰমিকৰ

নিউজ ডেস্ক, ৪ মাৰ্চঃ চাবুৱাৰ বায়ুসেনা ছাউনীত ভয়ংকৰ ঘটনা। মিক্সাৰ মেচিনত সোমাই কৰুণ মৃত্যুক সাৱটিবলগীয়া হ'ল প্ৰণৱ দত্ত নামৰ এজন শ্ৰমিকে। লোমা ইনফ্ৰা প্ৰাঃ লিঃ কোম্পানীত কৰ্মৰত আছিল প্ৰণৱ। কাম কৰি থকাৰ সময়তে সোমাই যায় মেচিনত। ঘটনাৰ পাছতে

পেৰিছ ফেশ্বন উইক, ২০২৩ত জিলিকিল অসম কন্যা সংযুক্তা দত্ত

নিউজ ডেস্ক, ৪ মাৰ্চঃ পেৰিছ ফেশ্বন উইকত উজলিল অসম কন্যা সংযুক্তা দত্ত। পেৰিছত প্ৰদৰ্শন হ'ল অসমীয়া থলুৱা নুনী পাটৰ নতুন ফেশ্বন সম্ভাৰ 'চিকি-মিকি'। পেৰিচত প্ৰদৰ্শিত এই 'চিকি-মিকি’ ফেশ্বন শ্ব’ত পাট-মূগাত নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী

গুৱাহাটীত বিজেপি নেতাৰ ওপৰত আক্ৰমণ, সংকটজনক অৱস্থাত চিকিৎসাধীন নেতাজন

নিউজ ডেস্ক, ৪ মাৰ্চঃ বিজেপি নেতাক আক্ৰমণ। গুৱাহাটী মহানগৰ জিলা সম্পাদক বিজয় পাঠকক আক্ৰমণ দুৰ্বৃত্তৰ। গুৱাহাটী ৰে'ল ষ্টেছনৰ সন্মুখত আক্ৰমণ কৰে দুৰ্বৃত্তই। চোকা অস্ত্ৰৰে সংঘটিত কৰিছিল এই আক্ৰমণ। ১৭ টা চিলাই কৰিব লগীয়া হৈছে পাঠকৰ

বিশ্ব ঐতিহ্য হোৱাৰ দিশে চৰাইদেউ, এই কথা আনুষ্ঠানিকভাৱে জনালে ইউনেস্ক’ই

নিউজ ডেস্ক, ৪ মাৰ্চঃ অসমবাসীৰ বাবে সুখবৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত চৰাইদেউ মৈদাম। UNESCO-ৰ স্বীকৃতিৰ বাবে যাৱতীয় অৰ্হতা আছে চৰাইদেউ মৈদামৰ। মৈদামক ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিবৰ বাবে ইউনেস্ক’ক প্ৰয়োজনীয় কাৰিকৰী

গোসাঁইগাঁৱৰ ভাওঁৰাগুৰীত গৰুৰ কৃত্ৰিম প্ৰজননৰ ওপৰত পৰত সজাগতা সভা

গোসাঁইগাঁও মহকুমাৰ ভাওঁৰাগুৰীৰ বৰুৱাপাৰাত আজি বিস্তৃত গো-উন্নয়ন আঁচনি কোকৰাঝাৰৰ উদ্যোগত আৰু সাতবিল ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত গৰুৰ কৃত্ৰিম প্ৰজ্বননৰ ওপৰত সজাগতা সভাৰ আয়োজন কৰে। হাব্ৰুবাৰি কৃত্ৰিম প্ৰজ্বনন কেন্দ্ৰৰ পশুপালন আৰু পশু

ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ পুনৰ অৱনতি , দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি

কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জ্বৰৰ অভিযোগত বৃহস্পতিবাৰে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছাৰ গংগা ৰাম হাস্পতালে জাৰি কৰা বুলেটিন অনুসৰি ইউ পি এৰ

ভাৰত কেৱল জি-২০ৰ সভাপতিত্ব কৰাই নহয়, বিশ্বৰ ভাগ্য নিৰ্মাতাও হৈ পৰিছে

জি-২০ৰ সভাপতিত্ব কৰা ভাৰতৰ পৰা বিশ্বই বহু আশা কৰিছে। জি-২০ৰ পৰা ইউক্ৰেইন যুদ্ধলৈকে সমগ্ৰ বিশ্বতে বিয়পি পৰা খাদ্য আৰু শক্তিৰ সংকটৰ সমাধানৰ ওপৰতো বিশ্বৰ দৃষ্টি নিবদ্ধ। এই সন্মিলনত অংশগ্ৰহণ কৰা ফ্ৰান্স, আমেৰিকা, ৰাছিয়া আৰু চীনৰ দৰে

উৎকোচ লৈ একদিনাই হাত দাঙিলে ৩জনকৈ চৰকাৰী বিষয়াই

নিউজ ডেস্ক, ৩ মাৰ্চঃ আজিৰ দিনটোত ৰাজ্যৰ তিনিটা প্ৰান্তত তিনিজন বিষয়াক উৎকোচ লোৱাৰ অৱস্থাত গ্ৰেপ্তাৰ কৰে। প্ৰথমে আটক কৰে কলিয়াবৰ ৰেভিনিউ চক্ৰৰ লাট মণ্ডল প্ৰাঞ্জল বৰাক। মাটি বিক্ৰী কৰাৰ অনুমতিৰ বাবে তেওঁ উৎকোচ বিচৰাৰ অভিযোগ উঠিছিল। সেই