পুনৰ স্বাস্থ্যৰ অৱনতি কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীৰ
নিউজ ডেস্ক, ৩ মাৰ্চঃ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী অসুস্থ। বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰীগৰাকীক গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জ্বৰত আক্ৰান্ত প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীক বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
চিকিৎসালয়!-->!-->!-->…