Daily Time Axom

সনু নিগমৰ ওপৰত শিৱসেনাৰ আক্ৰমণ

চেম্বুৰ থানাত সনু নিগম। সোমবাৰে নিশা হোৱা এক অশান্তিৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। তেওঁৰ এই অভিযোগ স্থানীয় বিধায়কজনৰ পুত্ৰৰ বিৰুদ্ধে। দাবী কৰা হৈছে যে শিৱসেনাৰ সমৰ্থক এইজন বিধায়কৰ পুত্ৰই চেলফি তুলিবলৈকে ইমানখিনি কৰিছে! আৰু তাৰকাৰ

মহিলা টি-২ত জিলিকিল স্মৃতি মান্ধনা

মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত স্মৃতি মান্ধনা। ডাকৱৰ্থ-লুইছৰ শাসনত ভাৰতে আয়াৰলেণ্ডক ৫ ৰানত পৰাস্ত কৰে।সোমবাৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হাৰমনছ জয়ী হ’বলগীয়া হৈছিল। মহিলা টি-২০ বিশ্বকাপৰ গ্ৰুপ লীগৰ অন্তিমখন খেলত আয়াৰলেণ্ডৰ

মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত, দুৰ্ঘটনাত থিতাতে নিহত ৫গৰাকী মহিলা

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত। ফলত থিতাতে নিহত TMCৰ ৫গৰাকী মহিলা সমৰ্থক। মেঘালয়ৰ খাৰকুটাৰ সমীপৰ বলমেডাঙৰ ওচৰত এই ঘটনা সংঘটিত হয়। এই ভয়ংকৰ দুৰ্ঘটনাত কেইবাগৰাকীও লোক আহত হয়। তথ্য

অসম-অৰুণাচল সীমান্তত গুলীচালনাৰ ঘটনা, দুৰ্বৃত্তৰ গুলীত নিহত ৩জনকৈ লোক

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ ঘটনা৷ দুৰ্বৃত্তৰ গুলীত ৩জনকৈ লোক নিহত৷ জাগুনৰ সমীপৰ ফিনভিৰু আৰু ৰিংৰাংখানৰ মাজৰ তামোলবাৰীত গুলীচালনা৷ এই ঘটনাৰ সবিশেষ তথ্য আৰক্ষীৰ তৰফৰ পৰা জনোৱা হোৱা নাই যদিও এক সূত্ৰই এই

‘মোৰ ছোৱালী হ’লেও কথা নাই, গুলীয়াই মাৰক’ হত্যাকাৰী বন্দনাক গুলীয়াই মাৰিবলৈ…

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত অব্যাহত আছে । তিনি হত্যাকাৰী বন্দনা কলিতা, ধনজিৎ ডেকা আৰু অৰূপ দাসক লৈ মেঘালয়ত আৰক্ষীয়ে চলাইছে অভিযান। ইতিমধ্যে আৰক্ষীয়ে বন্দনা কলিতাৰ শাহুৱেক শংকৰী দে’ৰ ক্ষত–বিক্ষত

দুদিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰ-পূৱলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ সমাগত নাগালেণ্ড বিধানসভা নিৰ্বাচন। দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱলৈ আহিব অমিত শ্বাহ। আজি নাগালেণ্ডলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব শ্বাহে। বিয়লি ৩.২০ বজাত ডিব্ৰুগড়ত অৱতৰণ

পৰকীয়া প্রেমৰ ভয়ংকৰ ভয়ংকৰ পৰিণতি! স্বামী-শাহুৰ মৃতদেহ কাটি ভৰাই থলে ফ্রীজত

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ নুনমাটিত নৃশংস হত্যাকাণ্ড! শাহু আৰু স্বামীক হত্যা বোৱাৰীৰ। পৰকীয়া প্ৰেমৰ বাবে সংঘটিত এই হত্যাকাণ্ড। স্বামী অমৰজ্যোতি দে, শাহুৱেক শংকৰী দেক হত্যা। শাহু, স্বামীৰ মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি পেলাই দিছিল মেঘালয়ত।

আজিৰ পৰা আৰম্ভ HSৰ চূড়ান্ত পৰীক্ষা, চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩,৪২,৮৬৯ গৰাকী পৰীক্ষাৰ্থী

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ আজিৰ পৰা আৰম্ভ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এইবৰ্ষত পৰীক্ষাত অৱতীৰ্ণ হ'ব ৩,৪২,৮৬৯ গৰাকী পৰীক্ষাৰ্থী। মুঠ ৮৫৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব চূড়ান্ত পৰীক্ষা। পৰীক্ষা কেন্দ্ৰ সমূহত নিৰাপত্তাৰ লগতে কোনো ধৰণ

সোণাৰিত নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুৰ্ধৰ্ষ গাড়ী চোৰ সন্তোষ জয়ছোৱাল

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ আৰক্ষীৰ গুলীত কুখ্যাত ডকাইতৰ মৃত্যু। চৰাইদেউৰ সোণাৰিত আৰক্ষীয়ে চলাইছিল গুলী। সোণাৰিৰ চেঁচা সত্ৰত গুলীবিদ্ধ হৈছিল দুৰ্ধৰ্ষ ডকাইত সঞ্জু জয়ছোৱাল। আৰক্ষীৰ সন্মুখৰ পৰা পলায়নৰ চেষ্টা কৰিছিল সঞ্জুৱে। আৰক্ষীৰ নিৰ্দেশ

কাকজানত বিজেপি চিপাহীখোলা মণ্ডলৰ উদ্যোগত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত

কাকজান ক্ৰীড়া সন্থাৰ খেল পথাৰত ভাৰতীয় জনতা যুৱ মৰ্চা আৰু কৃষাণ মৰ্চা,চিপাহীখোলা মণ্ডলৰ উদ্যোগত কাকজান ক্ৰীড়া সন্থাৰ সহযোগত আন্ত: জিলা ভিত্তিত এখনি আমন্ত্ৰণমূলক পুৰুষ আৰু মহিলা দিবা নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। উক্ত