Daily Time Axom

সোণাৰিত প্ৰীতি ক্ৰিকেট খেলত দৈনিক জনমভূমি-প্ৰাগ নিউজ একাদশ জয়ী

সোণাৰি ৰাজহুৱা খেলপথাৰত আজি অনুষ্ঠিত হোৱা এখন প্ৰীতি ক্ৰিকেট খেলত দৈনিক জনমভূমি-প্ৰাগ নিউজ একাদশে চৰাইদেউ সাংবাদিক একাদশক ছয় উইকেটত পৰাজিত কৰে। সোণাৰিৰ দুই প্ৰয়াত সাংবাদিক গদাধৰ চুতীয়া আৰু আব্দুক ৰফিকৰ সোঁৱৰণত অনুষ্ঠিত হোৱা খেল খনৰ

দক্ষিণ চীন সাগৰত আমেৰিকা আৰু চীনৰ বিমানবাহী জাহাজৰ সংঘৰ্ষ

দক্ষিণ চীন সাগৰ আমেৰিকা আৰু চীনৰ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে। শেহতীয়াকৈ দক্ষিণ চীন সাগৰত টহল দিয়াৰ সময়ত দুয়োখন দেশৰ বিমানবাহী জাহাজ মুখামুখি হয়। এই সময়ত দুয়োখন যুদ্ধ জাহাজৰ মাজত তীব্ৰ মৌখিক যুদ্ধ হয়। চীনে দাবী কৰিছে যে আমেৰিকাৰ

ৰে’ল ষ্টেচনত যুৱতীক চুমা খাই এবছৰৰ বাবে জেললৈ গ’ল যুৱক

ৰেল ষ্টেচনত এগৰাকী যুৱতীক বলপূৰ্বক চুমা খোৱা বাবে মুম্বাই আদালতে অভিযুক্তক এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। লগতে ব্যক্তিজনক জৰিমনাও বিহা হৈছে। গোচৰৰ শুনানিৰ পিছত আদালতে কয় যে এই ঘটনাই ব্যক্তিজনৰ বেয়া উদ্দেশ্য থকা বুলি প্ৰমাণিত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰপতি শিৱাজীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ছাত্ৰপতি শিৱাজীৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেওবাৰে মোদীয়ে কয় যে তেওঁৰ সাহস আৰু সুশাসনৰ ওপৰত গুৰুত্ব দিয়াটোৱে ভাৰতৰ জনসাধাৰণক অনুপ্ৰাণিত কৰিছে। শিৱাজীৰ জন্ম

দেওবাৰে বিয়লি অৰুণাচল প্ৰদেশ কঁপালে ভূমিকম্পই

দেওবাৰে দুপৰীয়াৰ ভাগত হঠাতে অৰুণাচল প্ৰদেশৰ পশ্চিম অংশত ভূমিকম্পই জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ কম্পনৰ মাত্ৰা আছিল ৩.৮। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দুপৰীয়া ১২.১২ বজাত ভূমিকম্প অনুভৱ কৰা হয়। খবৰ অনুসৰি

‘জেল ভোৰো’ আন্দোলনৰ আহ্বান জনালে ইমৰাণ খানে

সমগ্ৰ পাকিস্তানত ‘জেলে ভাৰো’ (স্বেচ্ছামূলক কাৰাদণ্ড) আন্দোলনৰ আহ্বান প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। অহা বুধবাৰৰ পৰা আৰম্ভ হ’ব এই আন্দোলন। পাকিস্তান তেহৰিক-ই-ইনছাফৰ নেতা আৰু মিত্ৰ দেশসমূহক ‘ৰাজনৈতিক ভুক্তভোগী’লৈ ৰূপান্তৰিত কৰাৰ

দিল্লী হত্যাকাণ্ডৰ নিকি যাদৱৰ মৃতদেহ লুকুওৱাত সহায় দিল্লী আৰক্ষীৰ এজন কনিষ্টবলৰ

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰীঃ দিল্লীৰ নিকি যাদৱৰ হত্যাৰ সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য। নিকি যাদৱৰ মৃতদেহ লুকৱাই ৰখাত নিকিৰ প্ৰেমিক তথা হত্যাকাৰী চাহিল গেহলটক সহায় কৰা এজন আছিল দিল্লী আৰক্ষীৰ কনিষ্টবল । নিজৰ বিবাহৰ দিনা প্ৰেমিকাক হত্যা কৰি

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা, প্রথমবাৰলৈ ৩ লাখতকৈ অধিক পৰীক্ষাৰ্থীয়ে দিব…

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰীঃ কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। এইবৰ্ষত সৰ্বমুঠ ৩লাখ ৪২হাজাৰ ৮৬৯ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব HS পৰীক্ষাত। প্রথমবাৰলৈ ৩ লাখতকৈ অধিক পৰীক্ষাৰ্থীয়ে দিব পৰীক্ষা। প্ৰশ্নকাকত পঢ়িবলৈ পৰীক্ষাৰ্থীয়ে পাব

শিৱৰাত্ৰিত নামনি অসমত পুনৰ জন্ম সশস্ত্ৰ সংগঠনৰ

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰীঃ শিৱৰাত্ৰিত নামনি অসমত পুনৰ জন্ম সশস্ত্ৰ সংগঠনৰ। পৃথক কমতাপুৰৰ দাবীত গঠন GCLO । KLOৰ পিছত জন্ম GCLOৰ। জীৱন সিংহৰে আলোচনা ফলপ্ৰসূ নহ'লে অসম অশান্ত কৰাৰ ভাবুকি সংগঠনটোৰ। পৃথক কমতাপুৰৰ দাবীত গঢ় লৈ উঠিল GCLO।

নিশা মাজুলীৰ ডাম্বুকিয়াল গাঁৱত উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ গুলীচালনা আৰক্ষীৰ

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰীঃ মাজুলীৰ ডাম্বুকিয়াল গাঁৱত গুলীচালনাৰ ঘটনা। ৰাইজৰ আক্ৰমণ ৰুধিবলৈ আৰক্ষীৰ গুলীচলনা। অভিযুক্তক আৰক্ষীয়ে ধৰি অনাৰ বাবেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জেংৰাইমুখ থানাৰ অ'চিৰ লগতে কেইবাগৰাকীও আৰক্ষী আঘাতপ্ৰাপ্ত হয় ।