গোসাইগাঁৱত এচিড আক্ৰমণৰ ঘটনা, অধিবক্তালৈ এচিড নিক্ষেপ কৰে দুৰ্বৃত্তৰ
নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰীঃ গোঁসাইগাঁৱৰ জ্যেষ্ঠ অধিবক্তাক দুৰ্বৃত্তৰ আক্ৰমণ। নিজ গৃহত সোমাই হত্যাৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ দলৰ। ভুক্তভোগী গোঁসাইগাঁও উকীল সন্থাৰ জ্যেষ্ঠ অধিবক্তা তথা গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত পদ্মবিলৰ নিবাসী আব্দুছ ছামাদ!-->…