Daily Time Axom

অৱশেষত অসম পালেহি দীৰ্ঘতম ৰিভাৰ ক্ৰুজ গংগা বিলাস

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰীঃ অৱশেষত অসমত প্ৰৱেশ কৰিলে বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী প্ৰমোদতৰী এম ভি গংগা-বিলাস। ধুবুৰী ভ্ৰমণ সামৰি গুৱাহাটীলৈ যাত্ৰা পথত গোৱালপাৰাৰ সূৰ্য পাহাৰ আৰু সৰ্থেবাৰীলৈয়ো যাব বিদেশী পৰ্যটকসকল। ধুবুৰীত এনিশা

নিশা বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ’ল যোৰহাটৰ ঐতিহ্যমণ্ডিত চ’ক বজাৰ

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰীঃ যোৰহাটৰ চ’ক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। বৃহস্পতিবাৰে নিশা জুই লাগি যোৰহাট চ’ক বজাৰৰ প্ৰায় ৬০০ খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। কোটি কোটি টকাৰ সম্পত্তি এফালৰ পৰা ছাই হৈ গৈছে । বিধ্বংসী জুইৰ ফলত মাত্ৰ দুঘণ্টাৰ

নামতিত দিবা-নৈশ মেগাপ্রাইজমণি ক্রিকেট প্রতিযোগিতাৰ আয়োজন

১২ লাখ বাজেটৰ খেলখনৰ সর্বমুঠ প্রাইজমণি ৫ লাখ টকা। বহিঃৰাজ্যৰ খেলোৱৈ অংকুৰ সিংহইয়ো খেলিব এটা দলৰ লগত। উজনি অসমৰ "মিনি আই. পি. এল" কথাষাৰ শুনিবলৈ আচৰিত লাগিলেও এইটোৱেই সঁচা বিগত চৈধ্য বছৰ ধৰি অনুষ্ঠিত হৈ অহা খেলখন উপভোগ কৰিবলৈ

তেজপাতৰ চাহৰ সমানেই গুণ আছে

তেজপাত শুকান হ'লেও এই পাতৰ কিমান গুণ আছে জানিলে আপুনি আচৰিত হ’ব। এই পাত আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। তেজপাতত এন্টিঅক্সিডেন্ট, ভিটামিন এ, ভিটামিন চি, আইৰণ, পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়াম থাকে। এই উপাদানসমূহ স্বাস্থ্যৰ বাবে কিমান উপকাৰী

ডিগবৈ বগাপানীৰ ৰে’ল বিভাগৰ দ্বাৰা উচ্ছেদিত পৰিয়াললৈ সহায়ৰ হাত আম আদমি পাৰ্টিৰ

ডিগবৈ আম আদমীৰ পাৰ্টিৰ তৰফৰ পৰা খোৱা সামগ্ৰী বিতৰণ। তিনিচুকীয়া জিলাৰ ডিগবৈ বগাপানীত ৰে'ল বিভাগৰ দ্বাৰা উচ্ছেদিত পৰিয়ালসমূহক ডিগবৈ আম আদমি পাৰ্টিৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডিগবৈ আম আদমীৰ পাৰ্টিৰ

হাটশিঙিমাৰীত টিউটৰ শিক্ষক সন্থাৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি পুৱা ১১ বজাৰ পৰা ১ বজালৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাংগণত জিলা প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ উদ্যোগত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

সন্ধিয়া ৫ বজালৈ ৮১% ভোটগ্ৰহণ ত্ৰিপুৰাত

বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ত্ৰিপুৰাত ৬০খন বিধানসভাৰ আসনত ভোটদানৰ অন্ত পৰিল। সন্ধিয়া ৫ বজালৈ ৮১% ভোটগ্ৰহণ হয়। অহা ২ মাৰ্চত উলাব নিৰ্বাচনী ফলাফল। ইয়াৰ পূৰ্বে ২০১৮ চনত ত্ৰিপুৰাত ৯০% ভোটগ্ৰহণ হৈছিল আৰু বিজেপিয়ে চৰকাৰ

তুৰস্কৰ ভূমিকম্পৰ ২৪৮ ঘণ্টাৰ পিছত জীৱিত অৱস্থাত উদ্ধাৰ কৰা কিশোৰীক

ভূমিকম্পত আক্ৰান্ত তুৰস্ক এতিয়া কাৰ্যতঃ মৃত্যুমুখত পৰিছে। মৃতকৰ সংখ্যা ৪১ হাজাৰৰো অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত দুৰ্যোগৰ ২৪৮ ঘন্টাৰ পিছত উদ্ধাৰকাৰী দলে ১৭ বছৰীয়া কিশোৰীক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰিছে। সকলোৱে আচৰিত হৈছে ইমানদিন

ছবিত অভিনয় কৰি মিয়া খলিফাই কিমান টকা উপাৰ্জন কৰিছিল

মিয়াই ২০১৯ চনৰ ১২ আগষ্টত টুইটাৰত এটা ভিডিঅ’ পোষ্ট কৰিছিল। সেই ভিডিঅ’টোত তেওঁ নিজৰ উপাৰ্জনৰ কথা প্ৰকাশ কৰিছিল। আৰু ব্যৱহাৰকাৰীসকলে আয়ৰ পৰিমাণ বিশ্বাস কৰিব বিচৰা নাছিল। মিয়াই নীলা ছবিত মাত্ৰ তিনি মাহহে অভিনয় কৰিছিল । কিন্তু

“পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৩”ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল…

অসমক দেশৰ শীৰ্ষ ৫ খন উন্নত ৰাজ্যৰ এখন হিচাপে গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰীৰ যি পৰিকল্পনা, সেয়া বাস্তৱায়িত কৰাৰ দিশত পশুপালন খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ যথেষ্ট থল আছে। মুখ্যমন্ত্ৰীগৰাকীৰ এই দৃষ্টিভংগীক সাৰোগত কৰি কালিৰেপৰা