Daily Time Axom

আজি পুনৰ বিবাহপাশত আৱদ্ধ হ’ব জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ ভেলেণ্টাইন ডে'ত অৰ্থাৎ আজি ৰাজস্থানৰ উদয়পুৰত হাৰ্দিক-নাটাছাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। উদয়পুৰৰ হোৱাইট ওৱেডিং থিমেৰে বিবাহ সম্পন্ন হ'ব। সোমবাৰেই উদয়পুৰলৈ ৰাওনা হৈছিল প্ৰেমিকযুগল। ৰয়েল বিয়াখনত উপস্থিত থাকিব

আজি প্ৰেমৰ দিন অৰ্থাৎ হৃদয় বিনিময়ৰ দিন

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ আজি ভেলেণ্টাইন ডে’। আজিৰ এই দিনটোত প্ৰেমময় দম্পতীয়ে বিশেষভাৱে উদযাপন কৰা দেখা যায়। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত পালন কৰা ভেলেণ্টাইন ডে’ক ‘প্ৰেমৰ উৎসৱ’ বুলি কোৱা হয়। আজি এই বিশেষ দিনটোত ৰঙা ৰং পিন্ধে কিয়নো ইয়াক

আজি ১৪ ফেব্ৰুৱাৰী, সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত ৪০গৰাকী CRPFৰ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ আজি পুলৱামা আক্ৰমণৰ ৪টা বছৰ সম্পূৰ্ণ। সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত ৪০গৰাকী CRPFৰ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি। ২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হৈছিল ৪০জন বীৰ জোৱানৰ। আজি সমগ্ৰ ভাৰতে

কোকৰাঝাৰৰ ভৱানীপুৰ এন আৰ এল পেট্ৰ’ল পাম্পত ডকাইতি কাণ্ড, পিষ্টল দেখুৱাই ২ লাখ টকা লুট

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰৰ ভৱানীপুৰ এন আৰ এল পেট্ৰ’ল পাম্পত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। সোমবাৰে নিশা সংঘটিত হোৱা এই ডকাইতি কাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ডকাইতিৰ দলটোত আছিল মুঠ ৫ জন সদস্য।

মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিব মংগলদৈৰ জিণ্টিমনি কলিতাই, MI-য়ে ১০ লাখ টকাত ক্ৰয় কৰিলে জিণ্টিমনিক

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আন এক আশাৰ খবৰ। মহিলা প্ৰিমিয়াৰ লীগৰ বাবে নিলামত জিণ্টিমণি কলিতাক ক্ৰয়। ১০ লাখ টকাত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিলে মঙলদৈৰ জিণ্টিমণিক। অসমৰ পৰা মহিলা IPL খেলিবলৈ পোৱা প্ৰথমগৰাকী অসমীয়া

স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত মৰিগাঁৱৰ পৰা আটক মহিলাক

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ স্বাস্থ্য বিভাগৰ প্ৰশ্নকাকত ফাদিল কৰি গ্ৰেপ্তাৰ নাছিমা বেগম। পৰীক্ষা কেন্দ্ৰত মবাইল লৈ প্ৰৱেশ কৰিছিল নাছিমা। নাছিমাৰ মবাইলৰ পৰা ফাদিল হৈছিল স্বাস্থ্য বিভাগৰ ৩য় বৰ্গৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত। পৰীক্ষা গৃহৰ পৰাই

জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ ১৬’ৰ চূড়ান্ত বিজয়ী হ’ল এমচি ষ্টেন

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ ১৬’ৰ ফাইনেল অনুষ্ঠিত হৈ যায়। ‘বিগ বছ ১৬’ৰ খিতাপ আঁজুৰিলে এমচি ষ্টেনে। চূড়ান্ত বিজয়ী এমচি ষ্টেনে উপহাৰ হিচাপে লাভ কৰিলে ৩১ লাখ টকাৰ লগতে বিলাসী বাহন। এইবাৰ ‘বিগ বছ ১৬’ৰ টপ ৫ত আছিল

মহানগৰীৰ বামুণীমৈদামত ইউটিউবাৰৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰিয়লিনা নাথ নামৰ ইউটিউবাৰ গৰাকীৰ মৃতদেহ। মহানগৰীৰ বামুণীমৈদামত সংঘটিত হৈছে এই ঘটনা। ‘চাংকি ব্লগাৰ’ নামৰ এটা ইউটিউব চেনেল চলাইছিল প্ৰিয়লিনাই। যুৱতীগৰাকীৰ দেহত দেখা গৈছে

ভেলেণ্টাইন ডে’ৰ দিনাই বিবাহপাশত আৱদ্ধ হ’ব জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ ভেলেণ্টাইন ডে'ত ৰাজস্থানৰ উদয়পুৰত হাৰ্দিক-নাটাছাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। ১৩ ফেব্ৰুৱাৰীত মেহেন্দি, সংগীত আৰু ৰঙীন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা। ছাৰ্বিয়ান মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচৰ সৈতে

তিনিচুকীয়াৰ কাকজানত বন্যহস্তীৰ তাণ্ডৱ, নিহত এজন

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত | এইবাৰ তিনিচুকীয়াৰ ১নং কাকজানত বনৰীয়া হাতীৰ আক্রমণত এজনৰ মৃত্যু।হাতীৰ আক্রমণত মৃত্যু মহেশ্বৰ মৰাণ নামৰ লোকজনৰ। খেতি পথাৰলৈ যোৱাৰ সময়তে বন্যহস্তীৰ আক্রমণ লোকজনক। বন বিভাগৰ