ভেলেণ্টাইন ডে’ৰ দিনা আলিংগন নকৰিলেও হ’ব গৰু ! পশু কল্যাণ ব’ৰ্ডে প্ৰত্যাহাৰ কৰিলে জাননী
নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰীঃ ভেলেণ্টাইন ডে'ত গৰুক আলিংগন নকৰিলেও হ’ব। ব্যাপক সমালোচনাৰ সন্মুখীন হৈ অৱশেষত কেন্দ্ৰই প্ৰত্যাহাৰ কৰিলে গৰু আলিংগনৰ অনুৰোধ। কেন্দ্ৰৰ ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি ১৪ ফেব্ৰুৱাৰীত গৰু আলিংগন!-->…