Daily Time Axom

ত্ৰিপুৰাত আৰম্ভ হৈছে পোষ্টেল বেলটৰ ভোটদান

বুধবাৰৰ পৰা ত্ৰিপুৰাত পোষ্টেল বেলটৰ জৰিয়তে ভোটদান আৰম্ভ হৈছে। বুধবাৰে ৰাজধানী আগৰতলাৰ শিশু বিহাৰ বিদ্যালয়ৰ লগতে ৰাজ্যৰ অন্যান্য স্থানত ডাক বেলটৰ জৰিয়তে ভোট গ্ৰহণ কৰা হয়। শিশু বিহাৰ বিদ্যালয় পৰিদৰ্শন কৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী

চকু সুস্থ কৰি ৰাখিবলৈ এতিয়াই বন্ধ কৰক এই কাম

চকু হ’ল শৰীৰৰ আটাইতকৈ সংবেদনশীল অংশ। আধুনিক জীৱনশৈলীৰ বাবে কম বয়সতো চকুৰ সমস্যাৰ সৃষ্টি হয়। পৰ্যাপ্ত টোপনিৰ অভাৱত চকুৱে জিৰণি নাপায়। যেতিয়ালৈকে আপুনি সাৰ পাই থাকে তেতিয়ালৈকে চকুৰ ওপৰত হেঁচা থাকে। অফিচত লেপটপত বহু সময় কাম কৰাই

আদানীয়ে পুনৰ পেশীবল দেখুৱালে, সময়ৰ আগতেই ৪০০০ কোটি ঋণ পৰিশোধ

বেংকিং গ্ৰুপৰ পৰা লোৱা ঋণ সোনকালে পৰিশোধ কৰাৰ সিদ্ধান্ত আদানীৰ। ঋণৰ পৰিমাণ ৫০ কোটি ডলাৰ, ভাৰতীয় মুদ্ৰাত যিটো ৪ হাজাৰ কোটি টকাতকৈও অধিক। আমেৰিকাৰ বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানে হিণ্ডেনবাৰ্গ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছৰে পৰা আদানীৰ

পত্নীৰ মৃতদেহ কান্ধত লৈ কেইবা কিলোমিটাৰো খোজ কাঢ়িলে এজন স্বামীয়ে

পত্নীৰ মৃতদেহ কান্ধত লৈ কেইবা কিলোমিটাৰো খোজ কাঢ়িলে স্বামীয়ে । ইয়াৰ পিছত স্থানীয় আৰক্ষীৰ সহায়ত এম্বুলেন্সত পত্নীক লৈ গ’ল গাঁৱৰ ঘৰলৈ। অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা।ছামুলু পাংগী (৩৫) ওড়িশাৰ কোৰাপুট জিলাৰ বাসিন্দা। অসুস্থ

ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ভাৰতীয় সেনাৰ মানৱ সেৱা

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰীঃ চিৰিয়া আৰু তুৰস্কত প্ৰকৃতিয়ে চলোৱা ধ্বংসলীলাৰ মাজত ভাৰতীয় সেনাৰ চিকিৎসকৰ দল। ভূমিকম্পই বিধ্বস্ত কৰা দেশত আগবঢ়াব চিকিৎসা সেৱা। উদ্ধাৰ অভিযানৰ সমান্তৰালকৈ সেনাই কৰিব চিকিৎসা সেৱা। ৮৯ জনীয়া সেনাৰ চিকিৎসকৰ দলে

আজি ভেলেণ্টাইন সপ্তাহৰ দ্বিতীয় দিন অৰ্থাৎ প্ৰপজ ডে’

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰীঃ আজি ভেলেন্টাইন সপ্তাহৰ দ্বিতীয়টো দিন অৰ্থাৎ আজি প্ৰপজ ডে'। বহু যুৱক যুৱতীয়ে ৰৈ থাকে নিজৰ পছন্দৰ মানুহজনৰ আগত মনৰ কথা ক’বলৈ। ভেলেন্টাইন সপ্তাহটো প্ৰেমিক যুগলে ইজনে সিজনৰ লগত অতিবাহিত কৰে ।প্ৰত্যেক বছৰে

বিধায়ক আশ্রাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ গোচৰ

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰীঃ এ আই ইউ ডি এফৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ অভিযোগ উত্থাপিত হৈছে। এগৰাকী যুৱতীক অপহৰণ কৰি বিধায়ক আৱাসলৈ আনি যুৱতীগৰাকীক নিৰ্যাতনৰো ভয়ংকৰ অভিযোগ। বিধায়ক আৱাসতেই অপহৃতা যুৱতীগৰাকীক

আজিৰে পৰা অসমত ৬ টা পথত আৰম্ভ হ’ব পৱন হংস হেলিকপ্টাৰ সেৱা

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰীঃ আজিৰ পৰা অসমত পৱন হংস হেলিকপ্টাৰ সেৱা। ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব এই সেৱা। প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ'ব এই সেৱা। উল্লেখ্য যে, আৰ চি এছ উড়ান আঁচনিৰ অধীনত পৱনহংসই

চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২ জন লোক

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ চাপৰৰ হাতীপোতাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে নিহত ২ জন লোক। দুৰ্ঘটনাত নিহত ৰেকিব আহমেদ (২০) আৰু তানিসা ইয়াছমিন (১১)। আনহাতে আহত হৈছে ৫ গৰাকীকৈ লোক। এখন বিবাহযাত্ৰী

ভুৱা এনকাউন্টাৰৰ গোচৰত দুই আৰক্ষী বিষয়াক ৭ লাখ টকা জৰিমনা মানৱ অধিকাৰ আয়োগৰ

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ ভুৱা এনকাউণ্টাৰ কৰা দুই আৰক্ষী বিষয়াক জৰিমনা ৷ অভিজিৎ কাকতি আৰু অচ্যুৎ দত্তক ৭ লাখ টকাৰ জৰিমনা৷ অভিজিৎ কাকতি খাৰুপেটীয়া থানাৰ OC আৰু অচ্যুৎ দত্ত খাৰুপেটীয়া থানাৰ SI ৷ মানৱ অধিকাৰ আয়োগে শাস্তিৰ নিৰ্দেশ দিছে দুই