গুৱাহাটীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ, টুইটযোগে জনালে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই
নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ গুৱাহাটীত উদ্বেগজনক হাৰত বৃদ্ধি বায়ু প্ৰদূষণ ৷ বিগত বৰ্ষৰ তুলনাত চলিত বছৰত প্ৰায় ২০ৰ পৰা ২০০ পৰ্যন্ত দৈনিক AQI ৷ তথ্য অনুসৰি ২০২২ চনৰ ১৩ জানুৱাৰীত AQI ৭৬ আছিল। ইয়াৰ বিপৰীতে ২০২৩ চনৰ ১৩ জানুৱাৰীত AQI ২৭৩লৈ বৃদ্ধি!-->…