Daily Time Axom

আজি বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু অভিনেত্ৰী কিয়াৰা আদৱানী

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ আজি বহু প্ৰত্যাশিত বলীউড তাৰকা সিদ্ধাৰ্থ আৰু কিয়াৰাই বিবাহ পাশত আৱদ্ধ হ’ব। দুয়ো নিজ পৰিয়াল তথা ঘনিষ্ঠ লোকসকলৰ উপস্থিতিত আজীৱন যুগ্ম জীৱনৰ বান্ধোনত বান্ধ খাব। ৰাজস্থানৰ জয়সেলমেৰৰ আগশাড়ী হোটেল সূৰ্যগড় প্ৰাসাদত

আজি গোলাপ দিৱস

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ ভেলেণ্টাইন ডে' যুৱসমাজৰ বাবে বিশেষ দিন । এই দিনটোতে তেওঁলোকে নিজৰ প্ৰিয়জনক নিজৰ ভালপোৱা প্ৰকাশ কৰে। ভেলেণ্টাইন ডে' ৭দিনীয়াকৈ উদযাপন কৰা হয় আৰু ইয়াৰ প্ৰতিটো দিনৰ মহত্ব বেলেগ বেলেগ। আজি ৭ ফেব্ৰুৱাৰীৰ দিনটো

গোলাঘাটত ৫দিন ধৰি বিচৰণ কৰা গঁড়টোৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ অৱশেষত মৃত্যু হ'ল গোলাঘাটৰ গঁড়টোৰ৷ যোৱা ৫ দিন ধৰি দেৰগাঁও-গোলাঘাটত বিচৰণ কৰিছিল গঁড়টোৱে ৷ গঁড়টোৰ আক্ৰমণত ৪জনকৈ লোক আহত হৈছিল৷ ৫ দিন ধৰি বিচৰণ কৰি ফুৰা গঁড়টো খাদ্যৰ অভাৱত ভুগিছিল৷ দুৰ্বল হৈ পৰাৰ লগতে অসুস্থ হৈ

বৰপেটা ৰোডত এনকাউণ্টাৰ, ড্রাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ ৷ বৰপেটাৰোডৰ মাজগাঁৱত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী৷ গোৱৰ্ধনা আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত বিছা মিঞা ৷ আৰক্ষীয়ে জনোৱা মতে, ড্ৰাগছ ব্যৱসায়ীটোৰ কান্ধত আঘাত কৰিছে গুলীয়ে৷ প্ৰায়

নলবাৰীত বিশ্বৰ ষষ্ঠ তথা অসমৰ সৰ্বোচ্চ শিৱ মূৰ্ত্তি নিৰ্মাণ

সভাপতি তথা প্ৰাক্তন নলবাৰী সমষ্টিৰ বিধয়ক অশোক শৰ্মা দেৱৰ নেতৃত্বত নলবাৰীত শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ খৰজৰা আশ্ৰমৰ সমীপত মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ দ্বাৰা নিৰ্মাণ হৈ উঠিছে । অহা মহাশিৱৰাত্ৰীত মুকলি হ'ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ

ইৰাণ চৰকাৰৰ বিৰুদ্ধে আয়াতুল্লাহ আলী খামেনেই অধিকাংশ কয়দীক ক্ষমা ঘোষণা

ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনীয়ে চৰকাৰ বিৰোধী হাজাৰ হাজাৰ বন্দীক ক্ষমা প্ৰদানৰ কথা ঘোষণা । শেহতীয়াকৈ দেশখনত চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত নিৰাপত্তা উলংঘাৰ বাবে গ্ৰেপ্তাৰ হোৱা বহু লোকে এতিয়া ক্ষমা লাভ কৰিবলৈ সক্ষম

জামুগুৰিহাটৰ সমীপৰ ১ নং বটিয়াৰোকাত ষষ্ঠ বাৰ্ষিক অখণ্ড হৰি নাম কীৰ্তন

চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ ১ নং বটিয়াৰোকাৰ স্থানীয় ৰাইজৰ সহযোগত বটিয়াৰোকা কালী মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈছে ষষ্ঠ বাৰ্ষিক ষোড়শ প্ৰহৰ অখণ্ড হৰি নাম কীৰ্তন। ৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত এই অখণ্ড হৰি নাম কীৰ্তনত

দিল্লীৰ মেয়ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াত তৃতীয়বাৰৰ বাবে ভাঙোণ

এবাৰ নহয়, দুবাৰ নহয়, তৃতীয়বাৰৰ বাবে ভাঙি পৰিল দিল্লীৰ মেয়ৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া। আজি ৰাজধানীৰ মেয়ৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া ভাঙি পৰিল। ডিচেম্বৰ মাহত দিল্লী পুনৰ্গঠন ভোট অনুষ্ঠিত হৈছিল। কিন্তু মেয়ৰ নিৰ্বাচন এতিয়াও সম্পূৰ্ণ হোৱা

ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত তুৰ্কী, বৰ্তমানলৈকে ভূমিকম্পত নিহতৰ সংখ্যা ৫৫০ লৈ বৃদ্ধি

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ সোমবাৰে তুৰ্কী আৰু ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ এক ডাঙৰ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পটোৰ ফলত প্ৰায় ৫৫০ৰো অধিক লোকৰ মৃত্যু হয়,আনহাতে ৫১৬ ত কৈয়ো অধিক লোক আহত হয়। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। প্ৰথম

কাজিৰঙাত হাতী ছাফাৰীত অঘটন, হাতী ছাফাৰীৰ সময়ত হাতীৰ পিঠিৰ পৰি আহত ৩গৰাকীকৈ পৰ্যটক

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ কাজিৰঙাত হাতী ছাফাৰীত অঘটন। কাজিৰঙাৰ বাগৰি বনাঞ্চলত পুৱাই সংঘটিত হৈছে এই ঘটনা। হাতী ছাফাৰীৰ সময়ত হাতীৰ পিঠিৰ পৰি সৰি পৰিল পৰ্যটক। হাতীৰ পিঠিৰ পৰা পৰি আহত হৈছে তিনিগৰাকীকৈ পৰ্যটক। আহত সকলক উন্নত চিকিৎসাৰ বাবে