Daily Time Axom

নাইজেৰিয়াত সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত কমেও ৪০ জন লোকৰ মৃত্যু

নাইজেৰিয়াত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত যুঁজ। কমেও ৪০ জনৰ মৃত্যু। বৃহস্পতিবাৰে কাটচিনা ৰাজ্যত সংঘটিত হয় এই সংঘৰ্ষ।কাটচিনা আৰক্ষীৰ মুখপাত্ৰ গুম্বো ইছাহে এক বিবৃতিত কয় যে, “স্থানীয়ভাৱে ‘ডাকাত’ নামেৰে পৰিচিত এটা সশস্ত্ৰ

মানকাচৰত কৰুণ ঘটনাঃ পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাতে চৰম সিদ্ধান্ত বিধৱা মহিলাৰ

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। ইয়াৰ মাজতেই বাল্য বিবাহক কেন্দ্ৰ কৰি আত্মহত্যা বিধৱা মহিলাৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে মানকাচৰত। পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাত চৰম সিদ্ধান্ত ল’লে এগৰাকী বিধৱা

মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ পথ দুৰ্ঘটনা! গাড়ী কাটি উদ্ধাৰ চালকক

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰীঃ মৰিগাঁৱৰ ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা তেল ভৰ্তি টেংকাৰত প্ৰচণ্ড খুন্দা বলেৰো বাহনৰ। তেল ভৰ্তি টেংকাৰখনৰ নম্বৰ MN05C0482 আৰু বলেৰো বাহনখনৰ নম্বৰ AS02AB4198। ধৰমতুল আৰক্ষী থানাৰ সন্মুখত

তামাৰহাটত  অবৈধ স্বামী আটক কৰাক কেন্দ্ৰ কৰি  তামাৰহাট থানাত উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰীঃ তামাৰহাটত অবৈধ স্বামী আটক কৰাক কেন্দ্ৰ কৰি তামাৰহাট থানাত শ শ মহিলাৰ উত্তপ্ত পৰিস্থিতি । শুকুৰবাৰে মুক্তাৰ হুছেইন নামৰ এজন লোকক আটক কৰিছিল আৰক্ষীয়ে । মুক্তাৰ আলী বাল্য বিবাহৰ কাজীৰ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড, জুইত ভষ্মীভূত হ’ল ৮টাকৈ ভাড়াতীয়া ঘৰ

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰীঃ দুলীয়াজানৰ বিষ্ণু নগৰত অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ। অইল ইণ্ডিয়া লিমিটেডৰ ৬ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰে জুই নিয়ন্ত্রণৰ চেষ্টা। অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই। জুইত

কংগ্ৰেছে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত অমৰিন্দৰ সিঙৰ পত্নীক নিলম্বন কৰিছে

কেপ্তেইন অমৰিন্দৰ সিঙৰ পত্নী প্ৰীণিত কৌৰৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবেই শুকুৰবাৰে কংগ্ৰেছে তেওঁক নিলম্বন কৰিছে। আনকি তেওঁক শ্ব'কজ জাননীও প্ৰদান কৰা হৈছে। তিনিদিনৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ

৭০০ কোটিৰ ক্লাবত পাঠানৰ প্ৰৱেশ

বাংলাদেশৰ পৰা ছবিখন চাবলৈ ভাৰতলৈ আহিছিল শ্বাহৰুখ অনুৰাগী পাঠানে ধুমুহাৰ সৃষ্টি কৰিছে। টকাৰ পৰিমাণ প্ৰতিদিনে লাফ মাৰি বাঢ়িছে। অৱশ্যে শ্বাহৰুখে নিজৰ মনটো মুকলি কৰি কৈছে যে তেওঁ কোটি কোটি টকা নহয়, প্ৰেম বিচাৰে। শ্বাহৰুখৰ প্ৰতি থকা প্ৰেমৰ

উৰুৱাই দিয়া হ’ব ৰাম মন্দিৰ! ফোন ভাবুকিক লৈ অযোধ্যাত আতংক, নিৰাপত্তা বৃদ্ধি

বৃহস্পতিবাৰে নেপালৰ পৰা আহিছিল ৰামৰ মূৰ্তি নিৰ্মাণৰ বাবে বিশেষ শালগ্ৰাম শিল। ৬ লাখ বছৰ পুৰণি শিলেৰে প্ৰতিমা নিৰ্মাণৰ কাম আৰম্ভ হৈছে। আৰু সেইদিনা নিৰ্মাণৰত ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ভাবুকি দি কৰ্তৃপক্ষই ফোন কৰে। বৃহস্পতিবাৰে নিশা অযোধ্যাক

কেন্দ্ৰীয় বাজেটত আফগানিস্তানলৈ ২০০ কোটি আৰ্থিক সাহাৰ্য

যোৱা বুধবাৰে কেন্দ্ৰীয় বাজেট দাখিল কৰা হয়। বাজেটখন ‘ৰাজহুৱা আবেদন’ নে বাস্তৱসন্মত সেই লৈ বিতৰ্ক চলি আছে। ইয়াৰ মাজতে তালিবানে এই বাজেটত সন্তুষ্টি প্ৰকাশ কৰিছে ! ভাৰতৰ বাজেটত আফগানিস্তানৰ বাবে প্ৰায় ২০০ কোটি আৰ্থিক সাহায্যৰ কথা কোৱা

পাকিস্তানত বাছ-ট্ৰাকৰ সংঘৰ্ষ, কমেও ১৭ জন লোকৰ মৃত্যু

পাকিস্তানৰ ভূগৰ্ভস্থ (টানেল) পথত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত কমেও ১৭ জন লোকৰ মৃত্যু। পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশৰ কোহাট জিলাত এখন সুৰংগত এখন বেগী ট্ৰাকে যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষত মহিলা আৰু শিশুসহ কমেও ১৭