Daily Time Axom

ৰে’লৱে খণ্ডত কেন্দ্ৰীয় চৰকাৰৰ আৱণ্টন ২.৪০ লাখ কোটি টকা, ৫০টা বিমান বন্দৰ, হেলিপেড

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিছে ২০২৩–২৪ বৰ্ষৰ সাধাৰণ বাজেট। বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কয়, নগৰ উন্নয়নৰ বাবে ৰাজ্যক উৎসাহিত কৰা হ’ব। পুনৰ উজ্জীৱিত কৰা হ’ব ৫০টা বিমান বন্দৰ, হেলিপেড। ৫০টা

ঝাৰখণ্ডৰ ধানবাদত বহু মহলীয়া অভিজাত অট্টালিকাত অগ্নিকাণ্ড, অগ্নিকাণ্ডত ১৪ জন নিহত

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰীঃ ঝাৰখণ্ডৰ ধনবাদ চহৰৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়। মঙলবাৰে সন্ধিয়া ধানবাদৰ বেংক চাৰিআলিৰ ওচৰৰ জোৰা ফাটক অঞ্চলৰ ১১ মহলীয়া আশীৰ্বাদ এপাৰ্টমেণ্টত

সিন্ধ চুক্তিকলৈ বিশ্ব বেংকৰ তৎপৰতা

শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল সন্ধিক লৈ সৃষ্টি হোৱা মতানৈক্য সমাধানৰ বাবে বিশ্ব বেংকে তৎপৰতা অৱলম্বন কৰিছে। তেওঁলোকে সিদ্ধান্ত লৈছে যে ভাৰত আৰু পাকিস্তান উভয়ৰে দাবী অনুসৰি এই প্ৰক্ৰিয়া অব্যাহত থাকিব। বিশ্ব বেংকৰ তথ্য

পাকিস্তানৰ বিস্ফোৰণত ১০০জন লোকৰ মৃত্যু

পাকিস্তানৰ মছজিদত সংঘটিত আত্মঘাতী বিস্ফোৰণত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। জানিব পৰা মতে সোমবাৰে সংঘটিত হোৱা আত্মঘাতী বিস্ফোৰণত এতিয়ালৈকে ৯৩ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হৈছে কমেও ২২১জন লোক। আনহাতে, তদন্তকাৰী দলে মঙলবাৰে

অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজধানী হ’ব বিশাখাপট্টনমঃ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ ঘোষণা

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী হ'ব বিশাখাপট্টনম। এতিয়া আৰু ৰাজ্যৰ ৰাজধানী অমৰাৱতী নহয়। এই সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ফোনযোগে হত্যাৰ ভাবুকি

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকি। সোমবাৰে নিশা ফোনযোগে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ। দিল্লী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। এই তথ্য প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ মতে,

পোন প্ৰথমবাৰলৈ কেমেৰাৰ সমুখত নিক-প্ৰিয়ংকাৰ কন্যা মালতী

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ পোন প্ৰথমবাৰলৈ কেমেৰাৰ সমুখত নিক-প্ৰিয়ংকাৰ কন্যা মালতী। ছ'চিয়েল মিডিয়াত প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিলে কন্যাৰ ফটো। প্ৰিয়ংকা চোপ্ৰাই অৱশেষত তেওঁৰ অনুৰাগীসকলক তেওঁৰ জীয়ৰী মালতী মেৰী চোপ্ৰা জোনাছৰ মুখ দেখুৱাই।

ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত হনুমান মন্দিৰৰ পূজাৰী, লামডিং আৰক্ষীৰ জালত ৩জন ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত মন্দিৰৰ পূজাৰী। লামডিং আৰক্ষীৰ জালত সাধুকূটিৰ হনুমান মন্দিৰৰ পূজাৰী সুভম উপাধ্যায়। আৰক্ষীৰ অভিযানত আটক আন দুজন সৰবৰাহকাৰী ক্ৰমে ডবকাৰ আবুল কালাম আৰু মোৰাঝাৰৰ দিলবৰ হুছেইন। জব্দ প্ৰায় ১৩.৪৩

আজি টাই-আহোমসকলৰ পৱিত্ৰ মে-ডাম-মে-ফী

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ আজি টাই-আহোমসকলৰ পৱিত্ৰ মে-ডাম-মে-ফী। টাই- আহোম জনগোষ্ঠীয় লোক সকলে উপৰিপুৰুষসকলক স্মৰণ তথা পূজা কৰাৰ বাবে পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফী পালন কৰি আহিছে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনগোষ্ঠীয় লোকসকলে এই অনুষ্ঠান পালন

গৌৰীপুৰ পৰ্বতঝোৰা বগৰীবাৰীত এটা পৰিয়ালে মাটি ক্ৰয় কৰি এতিয়া চিন্তাত পৰিছে

ধুবুৰী জিলা গৌৰীপুৰ পৰ্বতঝোৰা বগৰীবাৰীত এটা পৰিয়ালে মাটি কিনি এতিয়া চিন্তাত পৰিছে। বগৰীবাৰী নবিৰ উদ্দিন নামৰ ব্যক্তি জনে 2004 চনত হাৰান সূত্ৰধৰ নামৰ ব্যক্তি জনৰ পৰা দুই কটা দুই লেচা মাটি ক্ৰয় কৰি লয় বুলি জনাইদিয়ে। পৰৱৰ্তী সময়ত