Daily Time Axom

ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন এতিয়াৰে পৰা পৰিচিত হ’ব ‘অমৃত উদ্যান’ হিচাপে

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন এতিয়াৰে পৰা পৰিচিত হ'ব 'অমৃত উদ্যান' হিচাপে। শনিবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে এই সিদ্ধান্ত। ৰাষ্ট্ৰপতিৰ উপ-প্ৰেছ সচিব নাভিকা গুপ্তাই সংবাদ সংস্থা এএনআইক কয় যে, স্বাধীনতাৰ অমৃত

পাকিস্তানৰ বেলুচিস্তানত শোকাৱহ ঘটনা, দ খাৱৈত পৰি ৩৯ৰো অধিক যাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ পাকিস্তানৰ বেলুচিস্তানত শোকাৱহ ঘটনা। যাত্ৰীবাহী বাছ দ খাৱৈত পৰি ৩৯ ৰো অধিক যাত্ৰীৰ মৃত্যু। বেলুচিস্তানৰ লাচবেলা জিলাত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাটোত ৩৯ ৰো অধিক লোক নিহত হয়। জানিব পৰা মতে, বাছখনত প্ৰায় ৪৮ জন

অসমীয়া ছবিৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ অসমীয়া ছবিৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান । মহানগৰীৰ হেঙেৰাবাৰীস্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ প্ৰবীণ চলচ্চিত্ৰ পৰিচালকগৰাকীৰ। গুণসিন্ধু হাজৰিকাৰ জন্ম ১৯৩০ চনত নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰা গাঁৱত। ২০০১

উত্তৰ-পশ্চিম ইৰাণত ৫.৯ প্ৰাৱল্যৰ ভূমিকম্প, ভূমিকম্পত ৭জনৰ মৃত্যু

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ উত্তৰ ইৰানত ভয়ংকৰ ভূমিকম্প। ভূমিকম্পত নিহত ৭জনকৈ লোক ৷ আনহাতে, ৪৪০জনৰো অধিক লোক আহত ভূমিকম্পত৷ ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৫.৯ ৷ দেশখনৰ উত্তৰ-পশ্চিমৰ খয় চহৰত ব্যাপক ক্ষয়-ক্ষতি হয় ৷ উত্তৰ-পশ্চিম ইৰাণৰ

শিৱসাগৰৰ আমগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন বাইক আৰোহী

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ শিৱসাগৰ জিলাৰ আমগুৰিত নিশা শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী। ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো। মটৰ চাইকেলখন লৈ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকাৰ সময়তে পাছফালৰ পৰা এখন ডাম্পাৰে খুন্দা মাৰে আৰু

ৰাছিয়াৰ সামৰিক সঁজুলিৰ বিকল্প বিচাৰি উলিওৱাত সহায় কৰিব আমেৰিকাই

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ অবিৰত আক্ৰমণত অশান্তি পোৱা আমেৰিকাই এতিয়া ভাৰতক নিজৰ পক্ষলৈ টানিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। দৰাচলতে ভাৰত ভ্ৰমণৰ পূৰ্বে আমেৰিকাৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ সচিব ভিক্টোৰিয়া নুলেণ্ডে সকলো সাংসদক কয় যে আমি

পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ শ্বহীদসকলক পাথৰিঘাটস্থিত স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণেৰে সশ্ৰদ্ধ প্ৰণিপাত…

অসমৰ কৃষকৰ অদম্য সাহস আৰু অদমনীয় সত্তাৰ প্ৰতিভূ হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত সংঘটিত এই বিদ্ৰোহত বহু অসমীয়া কৃষকে ব্ৰিটিছ শাসকৰ অন্যায় আৰু শোষণৰ প্ৰতিবাদ কৰি দেশমাতৃৰ হকে প্ৰাণ আহুতি দিছিল ৷ আমাৰ বাবে আদৰ্শ আৰু

পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ শ্বহীদসকলক সোঁৱৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেছবুকত ২য়টো পোষ্ট

১৮৯৪ চনৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ শ্বহীদসকলৰ সশ্ৰদ্ধ সোঁৱৰণত দৰং জিলা প্ৰশাসনৰ উদ্যোগত পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত মুকলি সভাত আজি অংশগ্ৰহণ কৰোঁ৷ এই কৃষক বিদ্ৰোহ আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ

তাপমান মাইনাছ৩৪ ডিগ্ৰীৰ তলত, আফগানিস্তানত শীতত মৃত্যুৰ সংখ্যা ১৬২

তালিবান শাসিত আফগানিস্তানত বন্দুক আৰু গোলাবাৰুদৰ ফলত নহয়, তীব্ৰ ঠাণ্ডাৰ ফলত এই মাহত ১৬২ জন লোকৰ মৃত্যু হৈছে। কাবুলৰ বতৰ বিজ্ঞান বিভাগে আশংকা কৰিছে যে অহা এসপ্তাহ বা তাতোকৈ অধিক সময়লৈকে এই তীব্ৰ ঠাণ্ডা অব্যাহত থাকিব পাৰে। তেনে

‘লাডাখত গণতন্ত্ৰ নাই, মই গৃহবন্দী’, সোণম ৱাংচুকৰ বিস্ফোৰক দাবী

মাইনাছ ২০ ডিগ্ৰী চেলছিয়াছত তীব্ৰ ঠাণ্ডাৰ মাজতে অনশন আৰম্ভ কৰে সমাজ কৰ্মী সোণম ৱাংচুকে ওৰফে ‘থ্ৰী ইডিয়টছ’ চিনেমাৰ ‘ফাংছুক ৱাংগ্ৰু’। অশান্ত লাডাখৰ জনসাধাৰণ আৰু পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টি আকৰ্ষণ কৰিব