মৰুভূমিৰ দেশ আৰৱত বানপানীৰ তাণ্ডৱ
একেৰাহে দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ বিভিন্ন চহৰৰ বাট-পথ প্লাৱিত হৈ পৰিছে। জনজীৱন ব্যাহত হৈছে। স্কুল বন্ধ অনলাইন শিক্ষা চলিছে। তাত থকা বতৰ বিভাগে অধিক বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। বজ্ৰপাতৰো আশংকা আছে।!-->!-->!-->…