Daily Time Axom

নৃশংস হত্যাকাণ্ড, পাষাণ পুত্ৰই হানিখুচি হত্যা কৰিলে জন্মদাত্ৰী মাতৃক

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ নলবাৰীৰ সাগৰকুছিত পাষাণ পুত্ৰ‌ই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত সাগৰকুছি গাঁৱৰ চন্দি কলিতাৰ পুত্ৰ প্ৰাঞ্জল কলিতাই হানিখুচি হত্যা কৰিলে মাতৃ পূৰ্ণিমা কলিতাক। জানিব পৰা মতে,

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ’ব জি পি সিং: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ IPS বিষয়া জি পি সিং হ’ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান। এই কথা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত জি পি সিঙৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে

ঝাৰখণ্ডৰ এখন চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, চিকিৎসকসহ ৬জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ ঝাৰখণ্ডৰ ধানবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।শুকুৰবাৰে নিশা প্ৰায় ১ বজাত এই ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডটোৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ ৬ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে

ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনা বাহিনীৰ যুঁজাৰু বিমান

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ ৰাজস্থানৰ ভৰতপুৰত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনা বাহিনীৰ যুঁজাৰু বিমান। ভাৰতীয় বায়ুসেনাৰ দুখনকৈ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত। ভৰতপুৰৰ ডিএছপিয়ে জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ১০.১৫ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

চিৰাঙৰ বেংতল আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক নিলম্বন

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ চিৰাঙৰ বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আফজল হুছেইনক নিলম্বন। মহিলা নিৰ্যাতনৰ ঘটনাৰ তদন্তত হেমাহিৰ অভিযোগত নিলম্বিত হ'ল আৰক্ষী বিষয়াগৰাকী। উল্লেখ্য যে চিৰাঙৰ নাঙলভঙাত চলিছিল এগৰাকী মহিলাক দলবদ্ধ নিৰ্যাতনৰ

ৰঙিয়াত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত দুজন, ক্ষুব্ধ লোকে ৰাজপথতে জ্বলাই দিলে ডাম্পাৰখন

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল দুজনৰ। ঘটনাৰ পাছতে ক্ষুব্ধ ৰাইজে জ্বলাই দিলে ডাম্পাৰখন। ৰঙিয়া তিনিআলিত আজি পুৱাই সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে দুই বাইক আৰোহীক।

ধিঙত উপস্থিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা

উদূলি মুদূলি এতিয়া অনুষ্ঠানৰ বাকৰি ।হঠাৎ ধূপে-ধূনাই, ঢোলে-ডগৰে গৰজি উঠিল ধিঙৰ এখন বিদ্যালয়ৰ বাকৰি ।কাৰণ ধিং শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী প্ৰাক মূহুৰ্ত্তত হঠাৎ উপস্থিত হলহি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা। সেয়েহে ধিং

প্ৰেমৰ সম্পৰ্কৰ বাবেই নিজৰ পৰিয়ালে জ্বলাই হত্যা কৰিলে এগৰাকী যুৱতীক

প্ৰেমৰ সম্পৰ্কৰ বাবেই এগৰাকী ২২ বছৰীয়া কিশোৰীক নিজৰ পৰিয়ালে জ্বলাই হত্যা কৰে। মহাৰাষ্ট্ৰৰ নন্দেদ জিলাত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আছিল। জানিব পৰা মতে যুৱতীগৰাকীৰ পিতৃ, ভাতৃ আৰু আন তিনিজন ব্যক্তিয়ে

নলবাৰী পশ্চিম জাপাৰকুছিত শ্ৰীশ্ৰীবিষ্ণু মন্দিৰ উদ্বোধন

নলবাৰী চহৰৰ নিচেই সমীপতে থকা জাপাৰকুছি গাঁৱৰ ঔ তলত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ২০১৪ চনতে আৰম্ভ কৰা পশ্চিম জাপাৰকুছিৰ একমাত্ৰ সেৱাৰ থলী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় দুদিনীয়া বৰ্ণাঢ়্য

পাকিস্তানত ৩১০০ টকাত বিক্ৰী কৰা হৈছে ২০ কেজি আটা

পাকিস্তানত মুদ্ৰাস্ফীতি ইমানেই বৃদ্ধি পাইছে যে ২০ কোটি লোকে হুমুনিয়াহ কাঢ়িছে। এক প্ৰতিবেদন অনুসৰি পাকিস্তানত খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ মাত্ৰা ২৮.৭ শতাংশ হৈছেগৈ। উদাহৰণস্বৰূপে, যোৱা বছৰৰ তুলনাত পিঁয়াজৰ দাম ৫০১ শতাংশ বৃদ্ধি পাইছে।