২০২২ চনৰ শ্ৰেষ্ঠ টি-২০ দলত বিৰাট, সূৰ্য্য আৰু পাণ্ডিয়াই সুযোগ পাইছিল ৰোহিতে নহয়
বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়া।
এই তিনিগৰাকী ভাৰতীয় ক্ৰিকেটাৰে ২০২২ চনৰ আই চি চি টি-২০ একাদশত সুযোগ লাভ কৰিছিল। বিগত বৰ্ষৰ এছিয়া কাপৰ পৰাই ফৰ্মত বিৰাট। প্ৰসংগক্ৰমে টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি এছিয়া কাপ!-->!-->!-->!-->!-->…