বিশ্ব ঐতিহ্য ক্ষেত্ৰ মাচুপিচু অনিৰ্দিষ্টকাললৈ বন্ধ
নতুন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ বাবে পেৰুৱে অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিছে জনপ্ৰিয় পৰ্যটনস্থলী মাচু পিচু।
পেৰু চৰকাৰে পৰ্যটন আৰু নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে মাচু পিচুলৈ যোৱা পথটো বন্ধ কৰি দিছে । ১৫ শতিকাৰ ইনকা!-->!-->!-->!-->!-->…