Daily Time Axom

কেন্দ্ৰীয় চৰকাৰ আৰু KLO ৰ মাজত চলি থকা শান্তি চুক্তি আলোচনা সফল হোৱাৰ উদ্দেশ্যে বিজনীৰ ১ নং…

কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ দাবী। সশস্ত্ৰ সংগঠন কমতাপুৰ লিবাৰেছন অৰ্গেনাইজেছন চমুকৈ কেএলঅ'ৰ মুখ্য সেনাধ্যক্ষ জীৱন সিংহ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হ'বলৈ আগবাঢ়িছে শান্তি চুক্তি।কোচৰাজবংশী জনগোষ্ঠীৰ

অসম অৰুণাচল সিমান্তৰ চিজুছাত সপ্তম বাৰ্ষিকী পাকে পাগা হৰ্ণবিল উৎসবৰ সম্পন্ন

অসম অৰুণাচল সিমান্তবৰ্তী চিজুছাত যোৱা ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা সপ্তম বাৰ্ষিকী পাকে পাগা হৰ্ণবিল উৎসৱভাগ সফলৰূপে সামৰণি পৰে। আজিৰ সামৰণি অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যখনৰ বন মন্ত্ৰী মামা নাতুঙে সহস্ৰাধিক ৰাইজক

আজি অমিত শ্বাহে সভাপতিত্ব কৰিব ডিজিপি-আইজিপিৰ বৈঠকত

আজি ৰাজধানী দিল্লীত ডিজিপি-আইজিপিৰ বাৰ্ষিক সন্মিলনৰ সভাপতিত্ব কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বৈঠকত চাইবাৰ নিৰাপত্তা, ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ আৰু সীমান্ত নিৰাপত্তাৰ বিষয়সমূহ আলোচনা কৰা হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

মাতৃ হ’বলৈ কিয় চেৰ’গেচিৰ সহায় লৈছিল? ক’লে প্ৰিয়ংকাই

প্ৰিয়ংকা চোপ্ৰা এগৰাকী কন্যা সন্তানৰ মাতৃ। প্ৰিয়ংকা আৰু নিক জোনাছৰ কন্যা মালতী মেৰী চোপ্ৰা জোনাছৰ জন্ম হৈছিল চেৰ’গেচিৰ জৰিয়তে। কিয় হঠাতে প্ৰিয়ংকা চেৰ’গেচিৰ জৰিয়তে মাতৃ হ’ল, তাক লৈ হুলস্থুলৰ সৃষ্টি হৈছিল। প্ৰিয়ংকাক বহু লোকে বিভিন্ন

সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ বাবে এয়াৰ ইণ্ডিয়াক জৰিমনা, ​​পাইলট নিলম্বন

আকাশৰ মাজত সহযাত্ৰীসকলৰ ওপৰত প্ৰস্ৰাৱ কৰা! সমগ্ৰ ঘটনাটো জানিও অভিযুক্তৰ বিৰুদ্ধে ততাতৈয়াকৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল এয়াৰ ইণ্ডিয়াই। বৰঞ্চ কাৰ্যতঃ সমগ্ৰ বিষয়টো ঢাকি ৰখাৰ প্ৰয়াস কৰা হ’ল। এইবাৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাঁওনা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাঁওনা মহোৎসৱলৈ মাজত মাত্ৰ ডেৰ মাহ বাকী৷ভাৰতবৰ্ষৰ একক সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাঁওনাত এইবেলি নতুনকৈ সংযোজন ঘটিব যুৱ প্ৰজন্মৰ দ্বাৰা গায়ন বায়নৰ প্ৰদৰ্শন৷সৰ্বমুঠ ২১ খন খলাত একেলগে প্ৰায়

টীয়কত ২০২৪ চনৰ আজিৰ দিনটোতে ছাত্ৰনেতা সিংহযুৱক ললিত ৰাজখোৱাৰ আৱক্ষ মূৰ্তি

আজি টীয়ক সমষ্টিক নৱ ৰূপ দিয়াৰ অন্যতম কাণ্ডাৰী তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী ছাত্ৰনেতা সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩৩ সংখ্যক মৃত্যু দিৱস।আজি সমগ্ৰ সমষ্টিবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে ললিত চন্দ্ৰ ৰাজখোৱাক।আপোচবিহীন স্বভাৱেৰে

এগৰাকী যুৱতীয়ে জন্ম দিলে যমজ সন্তান, যাৰ পিতৃ বেলেগ বেলেগ

এগৰাকী যুৱতীয়ে জন্ম দিলে যমজ সন্তান। কিন্তু দুয়োৰে পিতৃ বেলেগ বেলেগ। অসম্ভৱ যেন লগা এই পৰিঘটনাটো ব্ৰাজিলৰ। দেশখনৰ মিনেৰিয়াছ অঞ্চলৰ এগৰাকী ১৯ বছৰীয়া যুৱতী এই ঘটনাত চৰ্চাৰ কেন্দ্ৰবিন্দু এতিয়া। তেওঁৰ নাম প্ৰকাশ কৰিব বিচৰা নাছিল। তেওঁ

ৰিজাৰ্ভ বেংকে পুনৰ বৃদ্ধি কৰিলে ৰেপো ৰেট

ভাৰতীয় ৰিজাৰ্ভ বেংকে পুনৰ বৃদ্ধি কৰিলে ৰেপো ৰেট। বিত্তীয় মন্দাৱস্থা আৰু মূল্যবৃদ্ধিৰ লগত খোজ মিলাবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এইবাৰ ৰেপো ৰেট ৩৫ বেছিছ পইণ্ট বৃদ্ধি কৰা হৈছে। ফলত ৰেপো ৰেট ৬.২৫ শতাংশলৈ বৃদ্ধি পালে। চলিত বৰ্ষৰ মে’ মাহৰ

মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ ৰাধিকা মাৰ্চেণ্টৰ লগত বাগ্দান

কোটিপতি ব্যৱসায়ী মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে আজি ৰাধিকা মাৰ্চেণ্টৰ সৈতে বাগ্দান কৰে। আম্বানীৰ বাসগৃহ এন্টিলিয়াত সংঘটিত হয় এই এংগেজমেণ্ট। গুজৰাটী হিন্দু পৰিয়ালত এংগেজমেণ্টক গড ধনৰ অনুষ্ঠান হয়। গড ধন মানে গুৰ আৰু