Daily Time Axom

গোলকগঞ্জৰ কাচখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জাদবানন্দ অধিকাৰীৰ জন্ম জয়ন্তী উদযাপন

প্ৰত্যেক বছৰৰ দৰে এইবেলিও জাদবানন্দ অধিকাৰীৰ ২০ তম জন্ম জয়ন্তী উদযাপন কৰে । উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় ২০ বছৰৰ পৰা চলি আহিছে এই অনুষ্ঠান। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে জাদবানন্দ অধিকাৰী দেৱৰ নেতৃত্বত কেইবাখনো প্ৰতিষ্ঠান বেঙ্ক, স্কুল

বৰনদীঝৰ প্ৰাথমিক শাখাৰ স্থায়ী নামঘৰৰ আধাৰশিলা স্থাপন

শ্ৰীমন্ত শংকৰদেৱ সংঘ ,দৰং জিলা শাখাৰ অন্তৰ্গত বৰনদীঝাৰ প্ৰাথমিক শাখাৰ আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰাথমিক শাখাৰ স্থায়ী নামঘৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিগত বৰ্ষৰ দৰে এইবেলিও আজি ৪ মাঘৰ দিনাখন দিনযোৰা বৰ্ণিল কাৰ্যসূচীৰে ভাগৱত

আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ চাৰিটা বিভাগৰ অধীনত ৮২৮ যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ…

একলাখ নিযুক্তি প্ৰদান প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ চাৰিটা বিভাগৰ অধীনত ৮২৮ যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ ৷ নিযুক্তিপ্ৰাপ্ত সকলৰ ভিতৰত স্বাস্থ্য বিভাগৰ ৫৪১ গৰাকী চিকিৎসক আৰু ৩৪ গৰাকী খাদ্য

শিশুৰ সামগ্ৰিক বিকাশত ভাষা, সাহিত্য আৰু শিল্প অনুশীলনৰ গুৰুত্ব কি

আপোনাৰ সন্তানে সংগীত শিকিছেনে, অংকন কৰিছেনে বা টেনিছ খেলিছেনে ! এজন অভিভাৱক হিচাপে আপুনি আপোনাৰ সন্তানক সংগীত শিকিবলৈ আৰু খেলা-ধূলা কৰিবলৈ উৎসাহিত কৰেনে? বহুতৰে মতে এই পাঠ্যক্ৰমৰ বাহিৰৰ শিক্ষামূলক কামবোৰ কেৱল ভিত্তিহীন। বেছিভাগ মানুহেই

পুনৰ ত্ৰাণকৰ্তা সনু সোদ, বিমানবন্দৰত এজন অসুস্থ যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে অভিনেতাজনে

পুনৰ ত্ৰাণকৰ্তা হিচাপে সনু সোদ। এইবাৰ বিমানবন্দৰত এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে অভিনেতাজনে। সেইটোও তেওঁৰ বুদ্ধিমত্তা আৰু দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে। জানিব পৰা গৈছে যে সোণু ডুবাই বিমানবন্দৰৰ পৰা উভতি আহিছিল। তেতিয়াই এই ঘটনা

কাব্যঋষিৰ মহাপ্ৰস্থানঃ ফেছবুকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

সাহিত্য সৃষ্টিৰে অসমৰ সমাজ জীৱনক যিসকল মহাত্মাই ধন্য কৰি গৈছে তাৰে অন্যতম উজ্জ্বল নক্ষত্ৰ কাব্যঋষি নীলমণি ফুকনদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক শোকাহত কৰি তুলিছে। জ্ঞানপীঠ বঁটাৰে বিভূষিত ফুকনদেৱে অসমীয়া কবিতা-ভাষা-সাহিত্যৰ বৰপেৰা চহকী কৰাৰ

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰা ১৫ বছৰীয়া কিশোৰীক গুলীয়াই হত্যা

প্ৰেমৰ বিষয়ে স্পষ্ট নাছিল ছোৱালীজনী । সেই খঙতে ২২ বছৰীয়া যুৱক এজনে গুলীয়াই হত্যা কৰে ! উত্তৰ প্ৰদেশৰ বাদোহীত সংঘটিত হৈছে এই ঘটনা। বুধবাৰে ভগ্নীৰ সৈতে টিউচনৰ পৰা উভতি আহিছিল অনুৰাধা বিন্দ নামৰ ১৫ বছৰীয়া কিশোৰীগৰাকী। সেই সময়তে

জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ শেষনিশ্বাস

নিউজ ডেস্ক, ১৯ জানুৱাৰীঃ কাব্যঋষি নীলমণি ফুকন আৰু নাই। শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল বৰ্ষীয়ান কবিগৰাকী। দিনৰ ১১.৫৫ বজাত কাব্যঋষি নীলমণি ফুকনৰ মহাপ্ৰয়াণ। GMCHৰ ভেণ্টিলেচনত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ। জনালে GMCHৰ অধ্যক্ষ

মুম্বাই-গোৱা ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত শিশুসহ ৯জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ১৯ জানুৱাৰীঃ বৃহস্পতিবাৰে পুৱতি নিশা মুম্বাই-গোৱা ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ট্ৰাক আৰু আন এখন চাৰিচকীয়া বাহনৰে সংঘৰ্ষ। যাৰ ফলত ৫জন পুৰুষ, ৩গৰাকী মহিলাসহ এটি কণমানিয়ে সাৱটি লয় মৃত্যুক। গুৰুতৰভাৱে আহত আন

গুৰুতৰভাৱে অসুস্থ কবি নীলমণি ফুকন, GMCH লৈ স্থানান্তৰ কবি গৰাকীক

নিউজ ডেস্ক, ১৯ জানুৱাৰীঃ কবি নীলমণি ফুকন দেৱ বুধবাৰৰ বিয়লিৰে পৰা অসুস্থ হৈ পৰিছিল। প্ৰাৰম্ভিক অৱস্থাত তেখেতক ঘৰতেই চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সন্ধিয়া মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয়। সঞ্জীৱনী