Daily Time Axom

নোটৰ বাণ্ডিললৈ বিধানসভাত উপস্থিত হ’ল আপৰ বিধায়ক

দিল্লী বিধানসভাত নোটৰ বাণ্ডিল দেখুৱাই আপৰ বিধায়ক মহিন্দৰ গোৱালৰ মন্তব্য। বুধবাৰে দিল্লী বিধানসভাত আম আদমী পাৰ্টিৰ বিধায়কে নোটৰ বাণ্ডিল জোকাৰি গৰজি উঠিল। ৰিথালাৰ পৰা আপৰ বিধায়ক মহিন্দৰ গোৱালে নোটৰ বাণ্ডিল জোকাৰি জোকাৰি কয় যে মোক

পুৰুষে ভাল নোপোৱা মহিলাৰ কিছুমান কাম

পুৰুষে সদায় নিজৰ জীৱনৰ সকলো কথা নিজৰ সংগীক ক’বলৈ ভাল নাপায়। বেছিভাগ পুৰুষেই নিজৰ আৱেগক গোপন কৰি ৰাখি আৰাম অনুভৱ কৰে। একেদৰে পুৰুষে নিবিচাৰে যে তেওঁলোকৰ প্ৰেমিকা বা পত্নীয়ে যিকেনো কথা কোৱাটো। মহিলাৰ কিছুমান বিশেষ কাম থাকে

ঘোষণা হ’ল উত্তৰ-পূৱৰ ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়ৰ নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা। ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ত্ৰিপুৰাৰ নিৰ্বাচন। আনহাতে মেঘালয় আৰু নাগালেণ্ডৰ ২৭ ফেব্ৰুৱাৰীত হ'ব নিৰ্বাচন। লগতে মাৰ্চৰ ২ তাৰিখে ঘোষণা হ'ব নিৰ্বাচনৰ

আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ গুণোৎসৱ ২০২৩, তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ আজিৰে পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। আনহাতে তৃতীয় পৰ্যায় ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। চাৰিখন জিলা কৰ্তন হোৱাৰ পিছত এইবাৰ ৩১খন জিলাত হ’ব

আজি ঘোষণা কৰিব নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ আজি ঘোষণা কৰা হ'ব উত্তৰ-পূবৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী। দিনৰ ২.৩০ বজাত আছে ভাৰতীয় নিৰ্বাচন আয়োগৰ সংবাদমেল। এই সংবাদমেলতে ঘোষণা কৰিব মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন। উল্লেখযোগ্য যে,

ৰাজ্যত পুনৰ মৰেল পুলিচগিৰী, চাপৰত মৰিয়াই মৰিয়াই হত্যা এজনক

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ চাপৰৰ কৃষ্ণকলি চাহ বাগিচাত ভয়ংকৰ ঘটনা। উত্তেজিত ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰে এজনক। টুকৰাফৰেষ্ট গাঁৱত ৰাইজৰ প্ৰহাৰত নিহত হানিফ আলী। এগৰাকী মহিলাৰ ঘৰত যুৱকজনৰ প্ৰৱেশক লৈ ক্ষুব্ধ ৰাইজ। হাত-ভৰি বান্ধি হানিফক ওৰে নিশা

উত্তৰ গুৱাহাটীত শিল্পী দিৱস উদযাপন

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ সুন্দৰৰ পুজাৰী ৰূপকোঁৱৰ জোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসটো ৰাজ্য জুৰি শিল্পী দিবস হিচাপে উদযাপিত কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাণ্ডাৰী ৰূপকোঁৱৰ জোতি প্ৰসাদ আগৰৱালাৰ ১৭

এক হৃদয়বিদকাৰক ঘটনা, পুঠিমাৰী নদীত জাঁপ ২ সন্তানসহ মহিলাৰ

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ বাইহাটা চাৰিআলিত এক হৃদয়বিদাৰক ঘটনা। এগৰাকী মহিলাই নিজৰ দুই পুত্ৰৰ লগত নদীত জাঁপ দিয়ে। কমলপুৰ অঞ্চলৰ আঠগাঁৱৰ সমীপৰ পুঠিমাৰী নদীত সংঘটিত হৈছে এই ঘটনা। স্থানীয় লোকে তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই এজন পুত্ৰক নিৰাপদে

অৱশেষত ৰাজনীতিত যোগ দিয়াৰ বিষয় সন্দৰ্ভত মুখ খুলিলে বৰষাৰাণী বিষয়াই

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ অৱশেষত ৰাজনীতিত যোগ দিয়াৰ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিলে অভিনেত্ৰীগৰাকীয়ে। এটা ফেচবুক পোষ্টযোগে অভিনেত্ৰী বৰষাৰাণী বিষয়াই স্পষ্ট কৰি দিলে বিষয়টো। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ৰাজনীতিত যোগদান কৰিব বুলি ব্যাপক চৰ্চা

ম্যানমাৰৰ গোপন শিবিৰ এৰি মূল সুঁতিলৈ KLOৰ অধ্যক্ষ জীৱন সিংহ

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ ম্যানমাৰৰ গোপন শিবিৰ এৰি মূল সুঁতিলৈ KLOৰ অধ্যক্ষ জীৱন সিংহ। মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱৰ লগত ওলাই আহিছে KLOৰ কেডাৰসকল। সংগঠনৰ কেডাৰৰ দাবী-শান্তি আলোচনা প্ৰসংগত কেন্দ্ৰৰে চলিছে কথা-বাৰ্তা। উল্লেখযোগ্য যে,