Daily Time Axom

কৰিমগঞ্জৰ বদৰপুৰত ৪০ কোটি টকাৰ মূল্যৰ নিচাযুক্ত টেবলেট জব্দ আৰক্ষীৰ

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ ৰাজ্যত সৰ্বকালৰ সৰ্ববৃহত ড্ৰাগছ বিৰোধী অভিযান। কৰিমগঞ্জত জব্দ ৪০ কোটি টকা মূল্যৰ নিষিদ্ধ য়াবা টেবলেট। বাগাৰগুল নিচিন্তপুৰত আৰক্ষীৰ অভিযানত জব্দ ৮৮ কিলোগ্ৰাম য়াবা টেবলেট। গৃহৰক্ষী বাহিনীৰ দুজন জোৱানে খেদি খেদি গৈ

আজি শিল্পী দিৱস

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ আজি সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালৰ মৃত্যু বাৰ্ষিকী। এই উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত। ১৯৫১ চনৰ

অক্ষয়-টাইগাৰৰ অনুৰাগীৰ বাবে এটা ডাঙৰ খবৰ

যোৱা বছৰটো আছিল বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ বাবে বেয়া বছৰ। ২০২২ চনত মুক্তি পোৱা তেওঁৰ সকলো ছবিয়েই বক্স অফিচত বেয়াকৈ ফ্লপ হৈছিল। অৱশ্যে এইকেইদিন তেওঁ কাম কৰি থকা ছবিবোৰৰ পৰা তেওঁৰ অনুৰাগীসকলৰ বহুত আশা জড়িত হৈ আছে। ইয়াৰে এখন ছবি হ'ল

কি কাপোৰ পিন্ধিলে মহিলাসকল পুৰুষৰ প্ৰতি অধিক আকৰ্ষিত হয়

বেছিভাগ পুৰুষেই দৈনিক পৰিধান কৰে টি-চাৰ্ট, চাৰ্ট, পাঞ্জাবী, ব্লেজাৰ আদি বাছি। কিন্তু তাৰ ভিতৰত আটাইতকৈ বেছি ব্যৱহৃত কাপোৰ হৈছে টি-চাৰ্ট। পৃথিৱীৰ সকলো দেশৰ পুৰুষে এই পোছাক পিন্ধে। কেৱল পুৰুষেই নহয়, মহিলাসকলেও টি-চাৰ্ট পিন্ধি ভাল পায়।

শাহুৰ লগত ভাল সম্পৰ্ক গঢ়ি তোলাৰ কৌশল

বোৱাৰী আৰু শাহুৱেকৰ মাজৰ সম্পৰ্ক প্ৰায়ে কঠিন হৈ পৰে। প্ৰথম অৱস্থাত সম্পৰ্ক ভাল হ’লেও বিভিন্ন কাৰণত পত্নী আৰু শাহুৱেকৰ মাজত কাজিয়াৰ সৃষ্টি হয়। যিটো সঁচাকৈয়ে বাঞ্ছনীয় নহয়। ইয়াৰ ফলত পৰিয়ালত বেয়া প্ৰভাৱ পৰে। কেতিয়াবা

শ্ৰীলংকাৰ পিছত এইবাৰ পাকিস্তানত অৰ্থনৈতিক সংকটজনক অৱস্থা

নিউজ ডেস্ক, ১৬ জানুৱাৰীঃ পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা এতিয়া সংকটজনক। দেশখনৰ সাধাৰণ মানুহে ৰাজপথত এক কেজি আটা বিচাৰি ভিক্ষা খুজিব লগীয়া হৈছে। সেয়েহে পাকিস্তানে বিভিন্ন দেশৰ পৰা অৰ্থনৈতিক সাহায্য বিচাৰিছে।এনে পৰিস্থিতিত পাৰমাণৱিক শক্তিত

স্বামীৰ দৰেই অধৰুৱা হৈ ৰ’ল অঞ্জুৰ সপোন !পাইলট হ’ব নোৱাৰিলে নেপালৰ অভিশপ্ত বিমানৰ সহ-পাইলট…

নিউজ ডেস্ক, ১৬ জানুৱাৰীঃ স্বামীৰ দৰেই অধৰুৱা হৈ ৰ'ল অঞ্জুৰ সপোন ! ১৬ বছৰ পূৰ্বে বিমান দুৰ্ঘটনাত স্বামীক হেৰুৱা অঞ্জুৰো সপোন আছিল পাইলট হোৱাৰ। কিন্তু সেই সপোন যেন সপোন হৈয়ে ৰ'ল ! নেপালত দুৰ্ঘটনাত পতিত হোৱা বিমানৰ সহকাৰী পাইলটৰ দায়িত্বত থকা

সৰ্থেবাৰীত প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ আয়োজন

সৰ্থেবাৰী, ১২ জানুৱাৰী: বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি অহা ২৭ জানুৱাৰীত সৰ্থেবাৰীত এখন আন্ত: বিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। দশম শ্ৰেণী

মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰীৰ বাহন, থিতাতে নিহত ২জন

নিউজ ডেস্ক, ১৬ ডিচেম্বৰঃ পহিলা মাঘৰ দিনাই মৰিগাঁৱৰ ধৰমতুলত শোকাৱহ ঘটনা ৷ ৰৈ থকা ট্ৰাকত খুন্দা তীৰ্থযাত্ৰীৰ বাহনৰ ৷ দুৰ্ঘটনাত ২গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন ১৯গৰাকী গুৰুতৰভাৱে আহত হয় ৷ বহুকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে

উৰ্বশীয়ে ক’লে, স্পৰ্শ নকৰিবা!

উৰ্বশী ৰাউটেলা বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। এইগৰাকী ফেশ্বন সচেতন অভিনেত্ৰী দামী কাপোৰ পিন্ধি সদায় বাতৰিৰ শিৰোনামত থাকে। এইবাৰ ৮ লাখ টকাৰ গাঢ় সেউজীয়া বেকলেছ স্কাৰ্ট, চকুত কাজল, কাণফুলি, ওঁঠত পাতল লিপষ্টিক পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট