Daily Time Axom

আছাম ৰাইফলছে মিজোৰামৰ পৰা উদ্ধাৰ কৰিছে ১২ লাখ টকাৰ সুৰা

শুকুৰবাৰে মিজোৰামৰ চম্পাই জিলাৰ জোখোৱাথাৰ গাঁৱত ২৩ ছেক্টৰ আছাম ৰাইফলছৰ এটা চাৰ্চ বেটেলিয়নে প্ৰায় ১২ লাখ টকাৰ বিদেশী সুৰা উদ্ধাৰ কৰে। ইষ্ট আছাম ৰাইফলছৰ মহাপৰিদৰ্শকৰ নেতৃত্বত এই অভিযান। মিজোৰামৰ চম্পাই জিলাৰ জোখোৱাথাৰ গাঁৱত আৰক্ষীয়ে

পৃথিৱীৰ দৰে আন এটা গ্ৰহ আৱিষ্কাৰ কৰিলে নাছাই

নাছাই আন এক পৃথিৱী সদৃশ গ্ৰহ আৱিষ্কাৰ কৰিছে। পৃথিৱীৰ পৰা প্ৰায় এক কোটি আলোকবৰ্ষ দূৰত্বত থকা TOI-700 গ্ৰহটোত জীৱৰ বাবে উপযোগী উষ্ণতা আৰু পৰিমাণৰ পানী আছে। নাছাই এই গ্ৰহটোক TASS Object of Interest বা TOI নামেৰে নামাকৰণ কৰিছে। ইয়াৰ

গুৱাহাটীৰ কাহিলীপাৰাত বিধ্বংসী অগ্নিকাণ্ড, ৩টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ ভয়ংকৰ ৰূপ

নিউজ ডেস্ক, ১৪ জানুৱাৰীঃ মহানগৰীৰ কাহিলীপাৰাত ভয়ংকৰ অগ্নিকাণ্ড। জটিয়াৰ পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। পুৱা ৯ বাজি ১০ মিনিটত সংঘটিত হয় এই ঘটনা। অগ্নিকাণ্ডৰ ফলত ৩টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটা বুলি জানিব পৰা গৈছে।

বিহুৰ আনন্দৰ মাজতেই শোকাৱহ পথ দুৰ্ঘটনা, প্ৰাণ গ’ল একেটা পৰিয়ালৰ ৩জনকৈ লোকৰ

নিউজ ডেস্ক, ১৪ জানুৱাৰীঃ কাজিৰঙাৰ হাতীখুলিত ভয়ংকৰ পথ দুৰ্ঘটনা। পথচাৰীক মহতিয়াই দলঙৰ ৰেলিং ভাঙি খাৱৈত সোমাল কয়লাভৰ্তি ট্ৰাক। ট্ৰাকৰ চেপাত তিনিজনৰ মৃত্যু হোৱাৰ লগতে আহত হয় দুজন। মৃত লোককেইজন একে পৰিয়ালৰে চিকন্দৰ কৰ্মকাৰ, আগণেশ কৰ্মকাৰ আৰু

আজি ভোগালীৰ উৰুকা

নিউজ ডেস্ক, ১৪ জানুৱাৰীঃ আজি বাপতি সাহোন ভোগালী বিহুৰ উৰুকা। ভোগালীক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক উছাহ। ৰাজ্যৰ চৌদিশে উৰুকাৰ নিশা লগে–ভাগে এসাঁজ খাবলৈ চলিছে ব্যাপক প্ৰস্তুতি। প্ৰতিজন অসমীয়া ব্যস্ত ভোগালীৰ আনন্দত। পুহ-মাঘৰ সংক্ৰান্তিৰ

“মই তাইক বিয়া কৰাই নাছিলো- আদিল, ৰাখীৰ কান্দোন…

সঁচাকৈ আদিল খানৰ বিয়া হৈছে নেকি ৰাখী সাৱন্তৰ লগত? ছ’চিয়েল মিডিয়াত ৰাখীয়ে নিজৰ নিকা বুলি ভিডিঅ’ আৰু ছবি যিমানেই শ্বেয়াৰ নকৰক কিয়, আদিলে এই বিবাহক একেবাৰে অস্বীকাৰ কৰিছে। টাইমছ নাওত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আদিল খানে স্পষ্টকৈ

ভিডিঅ’ ক’লত এগৰাকী যুৱতীৰ সন্মুখত উলংগ হৈ কোটি কোটি টকা হেৰুৱালে এজন ব্যৱসায়ীয়ে

যৌন প্ৰলোভনৰ বলি হৈ এজন ব্যৱসায়ীৰ মৃত্যু। এগৰাকী অচিনাকি যুৱতীৰ ফান্দত পৰি তেওঁ হেৰুৱালে ডেৰ কোটিতকৈও অধিক টকা। তেওঁ যি ফান্দত পৰিলছিল, সেইটো ধৰা পেলাবলৈ কেইবামাহো সময় লাগিল তেওঁৰ। কিন্তু এতিয়া গোচৰ দাখিল কৰা হৈছে।

ঘৰত অগ্নিসংযোগ হৈ একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হয়

একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হৈছে এক অগ্নিকাণ্ডত। বাংলাদেশৰ চট্টগ্ৰামৰ ৰংগুনিয়াত সংঘটিত হৈছে এই ঘটনা। নিহত কেইজন হ’ল কংগল বাছাক (৬৮), পত্নী ললিতা বাছাক (৫৭), বোৱাৰী লাকী বাছাক (৩৩), নাতি সৌৰভ বাছাক (১২), নাতিনী শয়ন্তী

মৈৰাবাৰীৰ লেংৰীবড়ীত ধান ক্ৰয় কেন্দ্ৰ উন্মোচন

মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাই মৈৰাবাৰী লেংৰীবড়ীত স্থাপন হোৱা অসম চৰকাৰৰ ধান ক্ৰয় কেন্দ্ৰ উন্মোচন কৰে। ৰাজ্যখনৰ কৃষকসকলক সকাহ দিয়াৰ লগতে কৃষকে মধ্যভোগী ব্যাৱসায়ীৰ কৱলৰ পৰা মুক্ত পোৱাৰ লক্ষ্যৰে খাদ্য আৰু অসামৰিক যোগান

দিল্লী দূতাবাসত ভাৰতীয় মহিলাৰ ওপৰত যৌন নিৰ্যাতন!

দিল্লীৰ পাকিস্তানৰ দূতাবাসত ভাৰতীয় মহিলাৰ যৌন নিৰ্যাতনৰ অভিযোগ । দেশখনৰ চৰকাৰে বৃহস্পতিবাৰে এই কথা অৱগত কৰিছে। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালোচে কয় যে পাকিস্তানে এইবোৰৰ কোনো এটা বিষয় সহ্য নকৰে।