মেজিৰ জুইৰ মহত্ব কি? মাঘ বিহুৰ পাছত ঠাণ্ডাৰ পৰিমাণ কমে কেনেকৈ?
নিউজ ডেস্ক, ১৩ জানুৱাৰীঃ মাঘ বিহুৰ মুখ্য আকৰ্ষণ মেজি জ্বলোৱা। মাঘ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা হয় কাঠ বা খেৰৰ ওখ দ'ম।এই মেজি প্ৰতিজন অসমীয়াৰ আৱেগ।বহু ঠাইত এনে মেজি কল গছৰ শুকান পাত,নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা!-->…