Daily Time Axom

ম্যানমাৰৰ কাৰাগাৰত যুদ্ধ, সুযোগ লৈ পলায়ন ৭০জন কয়দীৰ

পশ্চিম ম্যানমাৰৰ ইয়াংগনৰ এখন কাৰাগাৰত আভ্যন্তৰীণ যুদ্ধত এজন কয়দীৰ মৃত্যু। আহত লোকৰ সংখ্যা ৬০ জনতকৈ অধিক। এই তথ্য শনিবাৰে ম্যানমাৰ সেনাই প্ৰকাশ কৰে। জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা কাৰাগাৰৰ চকীদাৰে এজন কয়দীৰ পৰা এটা মোবাইল ফোন

ৰাজকুমাৰ হেৰীৰ ২৫ তালিবান উগ্ৰপন্থীক হত্যা

আফগানিস্তানত ব্ৰিটিছ বাহিনীৰ অংশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে ২৫ জন তালিবান উগ্ৰপন্থীক হত্যা কৰা বুলি আত্মজীৱনীত স্বীকাৰ কৰি সমগ্ৰ দেশতে সমালোচনাৰ সন্মুখীন হৈছে ব্ৰিটিছ ৰাজকীয় পৰিয়ালৰ। আৰু দুদিন পিছত হেৰীৰ আত্মজীৱনী

প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ দেহাৱসান

নিউজ ডেস্ক, ৭ জানুৱাৰীঃ প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ দেহাৱসান। হেল্থ চিটী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল লাহৰীঘাটৰ প্ৰাক্তন বিধায়কজনে। আজি দুপৰীয়া চিকিৎসাধীন অৱস্থাতে মৃত্যু নজৰুল ইছলামৰ। নগাঁৱত সম্পন্ন

BPFৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৭ জানুৱাৰীঃ BPFৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ। ঘৰত অবৈধ অস্ত্ৰ মজুত ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ বসুমতাৰীক। প্ৰাক্তন বিধায়কজনৰ ঘৰৰ পৰা উদ্ধাৰ AK47, M16 ৰাইফল। কোকৰাঝাৰ সদৰ থানাত জেৰা প্ৰাক্তন BPFবিধায়কগৰাকীক। চাপাগুৰি

ধেমাজিত চাব ইন্সপেক্টৰৰ গুলীত নিহত অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক

নিউজ ডেস্ক, ৭ জানুৱাৰীঃ ধেমাজিত আৰক্ষী বিষয়াৰ গুলীত নিহত প্ৰাক্তন আৰক্ষী বিষয়া। SI আলোক কোঁৱৰৰ গুলীত নিহত প্ৰাক্তন আৰক্ষী বিষয়া অমূল্য বৰুৱা। ঘটনাৰ পাছতে আত্মসমৰ্পণ SI আলোক কোঁৱৰৰ। ধেমাজিৰ ভেহপৰাত সংঘটিত হৈছে এই ঘটনা। ভূমি সংক্ৰান্তীয়

১০ জানুৱাৰীত গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ মেচ, আজি গুৱাহাটী পাবহি অধিনায়ক ৰোহিত শৰ্মা

নিউজ ডেস্ক, ৭ জানুৱাৰীঃ আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰতীয় ক্ৰিকেট দলৰ ৮ তাৰকা। ৰোহিত শৰ্মা, বিৰাট কোহলিসহ ক্ৰিকেট তাৰকাক আদৰিবলৈ সাজু ACA। ১০ জানুৱাৰীত বৰ্ষাপাৰাত হ'ব ভাৰত-শ্ৰীলংকাৰ হাইভল্টেজ এদিনীয়া খেলখন। ৮ জানুৱাৰীত গুৱাহাটী পাবহি দুয়োটা

বৰপেটাৰোডত ভয়ংকৰ গুলীচালনা, ব্যৱসায়ীক গুলীয়াই লুটি নিলে অৰ্ধলক্ষাধিক টকা

নিউজ ডেস্ক, ৭ জানুৱাৰীঃ বৰপেটাৰোডত গুলীচালনাৰ ঘটনা ৷ ৰাধে কৃষ্ণ হাৰ্ডৱেৰলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ৷ গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিলে প্ৰায় ৫০ হাজাৰ টকা ৷ দুখন বাইকত আহি ৪টা দুৰ্বৃত্তই চলালে লুটপাট ৷ বৰপেটাৰোডৰ কলহভাঙাত সংঘটিত হয়

আমেৰিকাৰ সহায়ত পাকিস্তানে টিটিপি ঘাটিত বোমা বিস্ফোৰণ কৰিব, তালিবানো সাজু

ভাৰতৰ সন্ত্ৰাসবাদীৰ সৰ্ববৃহৎ যোগানকাৰী পাকিস্তানে আজি নিজেই সন্ত্ৰাসৰ সৈতে যুঁজিছে। তেহৰিক-ই-তালিবান পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে এই দেশ আৰু ইয়াৰ সেনাবাহিনীক বিপদত ৰাখিছে। পাকিস্তান সেনা আৰু টিটিপি সন্ত্ৰাসবাদীৰ মাজত মেকুৰী আৰু

কাৰাগাৰৰ পৰা উদ্ধাৰ ১১৭টা মোবাইল ফোন, চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৫জন আৰক্ষী বিষয়াক

দিল্লীৰ মণ্ডোলী কাৰাগাৰত উদ্ধাৰ হৈছে ১১৭টা মোবাইল ফোন। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে জেলৰ পাঁচজন আৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিছে। জানিব পৰা মতে, জেলৰ উপ অধীক্ষক প্ৰদীপ শৰ্মা, উপ অধীক্ষক ধৰ্মেন্দ্ৰ মৌৰ্য,

গোসাইগাঁৱত নতুন শ্ব’ৰুম ‘স্টাইল বাজাৰ’ উদ্বোধন

গোসাইগাঁও সদৰ চহৰত আজি নতুন শ্ব'ৰুম স্টাইল বাজাৰ উদ্বোধন । বিধায়ক জিৰন বসুমতাৰীয়ে উদ্বোধন কৰে নতুন 'স্টাইল বাজাৰ' শ্ব'ৰুমৰ। উদ্বোধনৰ প্ৰথম দিনাই শ শ গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে 'স্টাইল বাজাৰ' শ্ব'ৰুমত। বিধায়ক জিৰন বসুমতাৰীয়ে