Daily Time Axom

ৰাহুল বাবা, কাণ খুলি শুনা ২০২৪ চনৰ ১ জানুৱাৰীত ৰাম মন্দিৰ নিৰ্মাণ হ’বঃঅমিত শ্বাহ

ত্ৰিপুৰাত বিজেপিৰ জন বিশ্বাস যাত্ৰাৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ তাৰিখ ঘোষণা কৰিছে। তেওঁ কয়- ২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত মন্দিৰটো সাজু হ’ব। লগতে তেওঁ ত্ৰিপুৰাৰ ৰাইজক টিকট বুকিং কৰিবলৈ কয়। অমিত

সংগীৰ মানসিক সমস্যাৰ সৈতে কেনেকৈ মোকাবিলা কৰিব? ৬ টা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব

শৰীৰৰ বেমাৰতকৈ মনৰ ৰোগ মাৰাত্মক হৈ পৰিছে। পল্লৱ দে, তুনিশা শৰ্মাৰ দৰে অভিনেত্ৰীসকলৰ ওলমি থকা মৃতদেহ উদ্ধাৰৰ দৰে ঘটনাই উদ্বিগ্নতা আৰু হতাশাৰেই পৰিণতি দেখুৱাইছে। শুনা যায় যে তুনিশাই সৰুতেই দেউতাকক হেৰুৱাইছিল। সেই বয়সৰ পৰাই

২৫ বছৰৰ ভিতৰত ভাৰত ২০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ’ব! প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টাৰ দাবী

স্বাধীনতাৰ শতবাৰ্ষিকীত ভাৰত বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব। ভাৰতৰ জিডিপি ২০ ট্ৰিলিয়ন ডলাৰ হ’ব। কেৱল সেয়াই নহয়, জনমূৰি আয়ৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ অন্যতম শক্তিশালী দেশক পৰাস্ত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

এটা ‘চেলিব্ৰিটি’ ষাঁড গৰু

টিকটক অনুগামীৰ সংখ্যা ৬২ হাজাৰ। ইউটিউব চেনেলত ৯০ হাজাৰৰো অধিক চাবস্ক্ৰাইবাৰ আছে। ফেচবুকতো লাখ লাখ লোকে ফ’ল’ কৰে। নাই এয়া কোনো হলিউডৰ বিখ্যাত অভিনেতা বা বিশ্ববিখ্যাত ফুটবলাৰ নহয়। সি হ'ল ভোলানাথৰ বাহন এটা ষাঁড গৰু। তাৰ নাম এষ্টন।

ৰণবীৰে সন্তান নিবিচাৰে ! কিন্তু ২০২৩ চনতে দীপিকা হ’ব ‘মা’?

জন্মদিনত ডাঙৰ ডাঙৰ তথ্য ফাদিল! দীপিকা পাডুকনে ল’ৰা-ছোৱালীক ভাল পায়। ৰণবীৰ সিঙেও ভাল পায়। কিন্তু সন্তান নিবিচাৰে ! এই কাৰণেই তেওঁলোকৰ বিয়াৰ চাৰি বছৰৰ পাছতো সন্তান জন্ম নহ’ল। ইফালে এগৰাকী জনপ্ৰিয় জ্যোতিষীয়ে এইবাৰ দীপিকা গৰ্ভৱতী

আকৌ এছিয়া কাপত একেটা গ্ৰুপতে ভাৰত-পাকিস্তান

এছিয়া কাপত পুনৰ একেটা গ্ৰুপতে দেখা যাব ক্ৰিকেটৰ দুই প্ৰধান প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তানক। এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি জয় শ্বাহে এটা টুইটযোগে এই খবৰ দিয়ে। জয়ে টুইটাৰত প্ৰকাশ কৰা কেলেণ্ডাৰ অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত

বগা বৰফেৰে আবৃত ভিক্টোৰিয়াৰ পৰা ইণ্ডিয়া গেট!

ডিচেম্বৰ আৰু জানুৱাৰী মাহত লণ্ডন আৰু পেৰিছৰ বৰফেৰে আবৃত ৰাস্তাই যাত্ৰীসকলৰ মনত ধুমুহা সৃষ্টি কৰে। প্ৰাকৃতিক এনে ৰূপ কোনে চাব নিবিচাৰে! কেতিয়াবা ভাবিছেনে দিল্লীৰ কলকাতাত বৰফ পৰিলে কেনেকুৱা লাগিব? ঘৰৰ বাহিৰলৈ ওলাই গ’লে বৰফ দেখিলে কি

সাৰ পায়েই কি ড্ৰিংকচ পান কৰে মালাইকাই !

মালাইকা অৰোৰাৰ বয়স প্ৰায় পঞ্চাশ বছৰ! কিন্তু যৌৱন ভৰ পক হৈ আছে এতিয়াও। কেৱল পুৰুষেই নহয়, নাৰীৰ হৃদয়তো তেওঁ ঈৰ্ষাৰ ধুমুহা সৃষ্টি কৰিছে । শৰীৰ সতেজ কৰি ৰাখিবলৈ আৰু কঁকাল চিকুন কৰি ৰাখিবলৈ টোপনিৰ পৰা সাৰ পোৱাৰ পিছতে এক বিশেষ

মহানগৰীত অপৰাধ নিয়ন্ত্ৰণৰ বাবে সংস্থাপন কৰা হ’ব ১লাখ CCTV কেমেৰা- হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ৫ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত সংস্থাপন কৰা হ'ব ১লাখ CCTV কেমেৰা। গুৱাহাটী মহানগৰত অপৰাধ নিয়ন্ত্ৰণৰ বাবে প্ৰণয়ন হ'ব নতুন আইন। মহানগৰীত বৃদ্ধি পোৱা অপৰাধ ৰুধিবলৈ তৎপৰ চৰকাৰ-প্ৰশাসন। ৫জনতকৈ বেছি কৰ্মচাৰী থকা দোকানত লগাব লাগিব

গুৱাহাটীৰ খাৰঘুলিত নতুনকৈ নিৰ্মাণ হ’ব ৰাজ্যপালৰ বাসভৱন

নিউজ ডেস্ক, ৫ জানুৱাৰীঃ গুৱাহাটীৰ খাৰঘুলিত নতুনকৈ নিৰ্মাণ হ'ব ৰাজ্যপালৰ বাসভৱন। আজি শিলান্যাস কৰা হ'ল 'ৰাজ নিৱাস'ৰ। ৪১,৩২,৫১,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ৰাজভৱনটো ভাৰতৰ ভিতৰতে হ'ব সুন্দৰ। প্ৰায় ৯৬৩১ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ